• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্তানৰ অৱহেলা,নিৰ্যাতন : ন্যায়ৰ অপেক্ষাত বৃদ্ধা মাতৃ

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 15, 2018 6:23 am

1 min read

208024b9-d1d5-40da-bc97-c0d35b5629a8

ন্যায়ৰ অপেক্ষাত পুত্রৰ দ্বাৰা অৱহেলিতা ৭০ বছৰীয়া বৃদ্ধাগৰাকী। ফটো : নৰ্থইষ্ট নাও

309
VIEWS
Share on FacebookShare on Twitter

নগাঁৱত পুনৰ সন্তানে মাতৃক অৱহেলা তথা নিৰ্যাতন কৰাৰ ঘটনা পোহৰলৈ আহিছে। জিলাখনৰ পুৰণিগুদামৰ নলবৰা গাঁৱৰ যতীন চন্দ্ৰ বৰা নামৰ এজন লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰো কাষ চাপিছে ডিম্বেশ্বৰী বৰা নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা। নিজ পুত্ৰ যতীনৰ বিৰুদ্ধে বৃদ্ধাগৰাকীয়ে চামগুৰি থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উঠিছে।

এজাহাৰত উল্লেখ কৰা অনুযায়ী কিছুদিন পূৰ্বে পুত্ৰ যতীনে মাতৃ ডিম্বেশ্বৰীক নিশাৰ ভাগত ঘৰৰ পৰা অকথ্য নিৰ্যাতন চলাই বাহিৰ কৰি দিছিল। পুত্ৰৰ এনে কাণ্ডৰ পিছত বৰ্তমান আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে পুত্ৰৰ হাতত নিৰ্যাতিত বৃদ্ধাগৰাকীয়ে।

উল্লেখ্য যে, যোৱা ২৮ আগষ্টতে নগাঁৱৰ অতিৰিক্ত উপায়ুক্তই চামগুৰি আৰক্ষীক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। এই সন্দৰ্ভত মহিলা আয়োগতো ৰুজু হৈছিল গোচৰ। নিজ পুত্ৰৰ বিৰুদ্ধে আইন-আদালতৰ কাষ চাপি এতিয়া ন্যায়ৰ বাবে বাট চাই ৰৈছে বৃদ্ধাগৰাকীয়ে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd