• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এমাহ নৌহওঁতেই টীয়কত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পথত এৰাল ব্লেক টেপিং

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , December 20, 2020 7:12 pm

1 min read

Screenshot_2020-12-20-16-56-31_1
2k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট কেন্দুগুৰী বাইপাচৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বৰ্তমান কৰ্মৰত লিংকন নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ পোৱা গৈছে l

পথটোৰ নিৰ্মাণৰ এমাহ নৌ সম্পূৰ্ণ হওঁতেই কেইবাঠাইত পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। এৰাই গৈছে ব্লেক টেপিং l

বোকা, মেটেকাৰ ওপৰতে মাটি পেলাই ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰখাত পথটোৰ স্থায়ীত্বকলৈ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে।

অভিযোগ পোৱা মতে ইটা, শিল ,জাবৰযুক্ত মাটিৰে দ অংশসমূহ পুতি পথ নিৰ্মাণ কৰাৰ বাবে পথটোৰ নিৰ্মাণৰ পাছতে পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।

উল্লেখযোগ্য যে কেৱল মাত্ৰ শিলগুটি বালিৰ তৰপ দিয়েই ওপৰত ব্লেক টেপিং কৰি কাম অব্যাহত ৰাখিছে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে।

এই ক্ষেত্ৰত বিভিন্নজনে প্ৰতিবাদ কৰিছে যদিও প্ৰতিষ্ঠানটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰা নাই ৰাইজৰ অভিযোগক।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd