DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৈনিক ৩০ মিনিটৰ শাৰীৰিক গতিবিধিৰে সক্ৰিয়,সুস্থ আৰু ফিট হোৱাৰ সংকল্পেৰে শিৱসাগৰত ফ্ৰীদম দৌৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 13, 2021 12:29 pm
Fit India run

ফটো: নৰ্থইষ্ট নাও।

233
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি শিৱসাগৰত ফিট ইণ্ডিয়া ফ্ৰীদম দৌৰৰ আয়োজন কৰা হয়।

নেচনেল ছাৰ্ভিচ স্ক্ৰীম(NSS)ৰ সহযোগত আয়োজিত হোৱা এই দৌৰ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমুখৰ পৰা শিৱসাগৰ সদৰৰ মহকুমা বিষয়া মন্দিৰা বৰুৱাই পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

সুস্থ সৱল আৰু ফিট হৈ থকাৰ বাবে প্ৰত্যেক ব্যক্তিয়ে দৈনিক ৩০ মিনিটৰ শাৰীৰিক গতিবিধি সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিশত জনজাগৰণ সৃষ্টি কৰাৰ বাবে আয়োজন কৰা দৌৰত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু নেহেৰু যুৱ কেন্দ্ৰৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

এই দৌৰ আৰম্ভ হোৱাৰ পূৰ্বে অংশগ্ৰহণকাৰী সকলক নিজৰ জীৱনত শাৰীৰিক গতিবিধি সংযোগ কৰাৰ শপত বাক্য পাঠ কৰোৱা হয়।

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশৰূপে আয়োজিত এই দৌৰৰ পূৰ্বে অংশগ্ৰহণকাৰী সকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।

অনুষ্ঠানত জিলা জনসংযোগ বিষয়া চৈয়দা হাস্নাহানা বেগম, জ্যেষ্ঠ সাংবাদিক মনোজ গগৈ, মুন্না আগৰৱালা আদিৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd