• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 6:33 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬২ বছৰৰ পুৰণি ইতিহাস এতিয়া ভংগ হ’বলৈ গৈ আছে। ভাৰতৰ শাসনত একেৰাহে আটাইতকৈ বেছি দিন থকাৰ ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুকো পিছ পেলাব নৰেন্দ্ৰ মোদীয়ে। অহা সপ্তাহত অৰ্থাৎ ১০ জুন তাৰিখে তেওঁ ভাৰতৰ ইতিহাসত একেৰাহে আটাইতকৈ দীঘলীয়া সময়ৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব। দেশৰ ১৪০ কোটি জনসাধাৰণক উন্নয়নৰ অংশীদাৰ বনাই মোদীয়ে কেনেকৈ এই সফলতা অৰ্জন কৰিলে, তাক লৈ এতিয়া সমগ্ৰ দেশতে ব্যাপক চৰ্চা চলি আছে।

যোৱা ৬২ বছৰ ধৰি দেশৰ ইতিহাসত একেৰাহে আটাইতকৈ বেছি দিন নিৰ্বাচিত প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত আছিল। ১৯৫২ চনৰ ১৩ মে’ত দেশৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ১৯৬৪ চনৰ ২৭ মে’ত তেওঁৰ মৃত্যুৰ দিনলৈকে একেৰাহে ৪৩৯৮ দিন তেওঁ এই পদত আছিল। আনহাতে, ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল। ইয়াৰ পিছত তেওঁ একেৰাহে তিনিখন লোকসভা নিৰ্বাচনত জয়লাভ কৰি নিজৰ শাসনকাল অব্যাহত ৰাখিছে। যোৱা বছৰ অৰ্থাৎ ২০২৫ চনৰ জুলাই মাহত তেওঁ ইন্দিৰা গান্ধীৰ একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰী থকাৰ অভিলেখ ভংগ কৰিছিল। অহা ১০ জুনত মোদীৰ কাৰ্যকালৰ ৪৩৯৯ দিন সম্পূৰ্ণ হ’ব। ইয়াৰ লগে লগে তেওঁ নেহৰুৰ অভিলেখ অতিক্ৰম কৰি ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হ’ব।

Apply Now

নেহৰুৰ যুগ আৰু মোদীৰ যুগৰ কামৰ ধৰণৰ মাজত এক ডাঙৰ পাৰ্থক্য আছে। স্বাধীনতাৰ পিছত নেহৰুৰ সময়ত নতুনকৈ স্বাধীন হোৱা দেশখন গঢ়ি তোলাৰ মূল দায়িত্ব চৰকাৰৰ ওপৰত আছিল। কিন্তু ১৪০ কোটিৰো অধিক জনসংখ্যাৰ এই দেশত মোদী চৰকাৰৰ চিন্তাধাৰা বেলেগ আছিল। তেওঁলোকৰ মতে, কেৱল চৰকাৰী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ইমান ডাঙৰ দেশ এখনৰ উন্নয়ন সম্ভৱ নহয়। সেয়েহে মোদীৰ দিনত সাধাৰণ জনতাক কেৱল সুবিধাপ্ৰাপ্ত বুলি নাভাবি দেশৰ উন্নয়নৰ অংশীদাৰ কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সাধাৰণ জনতাক লগত লৈ কাম কৰাৰ মন্ত্ৰ বাৰে বাৰে সন্মুখলৈ আহিছে। এই কাৰণেই তেওঁৰ দিনত স্বচ্ছ ভাৰত অভিযান, ডিজিটেল পেমেণ্ট, জল সংৰক্ষণ আৰু সমগ্ৰ দেশজুৰি টিকাকৰণ কাৰ্যসূচীৰ দৰে ডাঙৰ প্ৰকল্পসমূহ কেৱল চৰকাৰী সীমাৰ মাজতে আৱদ্ধ হৈ থকা নাই। বিশেষজ্ঞসকলৰ মতে, জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেই মোদীৰ জনপ্ৰিয়তা বজাই ৰখাত আৰু তেওঁক এই ঐতিহাসিক অভিলেখৰ কাষ চপোৱাত প্ৰধান ভূমিকা পালন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd