• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজিক বিশ্বৰ বজাৰখনলৈ নিয়াৰ লক্ষ্য এন ই আই অ’ এম আৰু কে এ এছ জাপানৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 6, 2021 7:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ সম্পদৰাজিক বিশ্বৰ বজাৰখনলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এন ই আই অ’ এম বা Northeast India Overseas Market এ দীৰ্ঘ সময়জুৰি বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছে।

শেহতীয়াকৈ জাপানৰ এগৰাকী উদ্যোগী বিজয় শ্বাৰাৱটৰ উদ্যোগ প্ৰতিষ্ঠান কে এ এছ জাপানৰ সহযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন প্ৰসাৰৰ বাবে এক দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

সেই উদ্দেশ্য আগত ৰাখি গুৱাহাটীত এন ই আই অ’ এম আৰু কে এ এছ জাপানৰ যুটীয়া অংশগ্ৰহণেৰে এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলখন সম্বোধন কৰি বিজয় শ্বাৰাৱটে উল্লেখ কৰে যে উত্তৰ পূৰ্বাঞ্চলক বিশ্বৰ মানচিত্ৰলৈ লৈ যোৱাই এই প্ৰচেষ্টাৰ উদ্দেশ্য।

ইয়াৰ জৰিয়তে বিদেশী বিনিয়োগৰ প্ৰত্যক্ষ সুযোগ বাঢ়িব। থলুৱা ব্যৱসায়ীসকলৰ বাবে এটা সুবিধাজনক পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ব্যৱসায়ীসকলে উৎপাদিত সামগ্ৰীৰ এখন প্ৰত্যক্ষ বজাৰ লাভ কৰিব।

বিভিন্ন কাৰখানা, প্ৰাকৃতিক ফাৰ্ম বা ভৱিষ্যতৰ স্মাৰ্ট ফাৰ্মিং ইত্যাদি বিষয়বোৰ লৈ কিদৰে ভৱিষ্যতে একেলগে কাম কৰিব পাৰি সেই কথাও গুৰুত্ব সহকাৰে লোৱা হৈছে বুলি তেখেতে উল্লেখ কৰে।

প্ৰাকৃতিক ভাৱে উৎপাদিত সামগ্ৰীয়ে বহনক্ষম উন্নয়নৰ লগতে কাৰ্বনমুক্ত পৃথিৱীৰ সপোনো পূৰণ কৰিব বুলি তেওঁ আশাবাদী। ইয়াৰ উপৰিও নিশ্চিতভাৱেই বজাৰ সৃষ্টিৰ লগে লগে কৰ্মক্ষেত্ৰ বাঢ়িব আৰু ব্যৱহাৰিক জ্ঞান বৃদ্ধি পাব।

এন ই আই অ’ এমৰ তৰফৰ পৰা জনোৱা হয় যে আন্তৰ্জাতিক বজাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে এই উদ্যোগ লৈছে। কে এ এছ জাপানৰ সহযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক্ষেত্ৰ অধ্যয়নৰ যোগেৰে স্থানীয় তথ্য আহৰণ কৰা হৈছে।

এন ই আই অ’ এম আৰু কে এ এছ জাপানৰ সহযোগিতাত স্থানীয় কৃষিজাত সামগ্ৰীকে ধৰি কলা-সংস্কৃতিক কিদৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ এখনলৈ লৈ যাব পাৰি তাৰবাবেই এই প্ৰচেষ্টা লোৱা হৈছে।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰাপ্ত সকলো সামগ্ৰী সন্দৰ্ভত জ্ঞান আহৰণ কৰি ইয়াৰ প্ৰসাৰ ঘটোৱা তথা খেতিয়ক আৰু শিল্পীসকলে মধ্যস্থতাকাৰী অবিহনেই প্ৰত্যক্ষভাৱে লাভ অৰ্জনৰ সুবিধা দিয়াৰ কথাও প্ৰতিষ্ঠান দুটাই গুৰুত্ব সহকাৰে লৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd