• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কিশোৰী ধৰ্ষণৰ গোচৰত ক্ৰিকেটাৰ সন্দীপ লামিচানেক জামিন আদালতৰ: বিদেশ ভ্ৰমণত নিষেধাজ্ঞা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 3:25 pm
Sandeep Lamichhane
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগত কাৰাবন্দী হোৱা নেপালৰ তাৰকা ক্ৰিকেটাৰ তথা যুৱ চাঞ্চল্য সন্দীপ লামিচানেক জামিন প্ৰদান কৰিছে আদালতে। তিনিমাহতকৈও অধিক সময় কাৰাগাৰত কটোৱাৰ পাছত বৃহস্পতিবাৰে নেপালৰ আদালতে লামিচানেৰ জামিন মঞ্জুৰ কৰে।

কাঠমাণ্ডু জিলা আদালতৰ সিদ্ধান্ত বাতিল কৰি পাটন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ধ্ৰুৱৰাজ নন্দ আৰু ৰমেশ ঢাকালৰ যুটীয়া বিচাৰপীঠে ২০ লাখ টকাৰ জামিনত লামিচানেক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। অৱশ্যে এই গোচৰৰ চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে আদালতে ২২ বছৰীয়া লামিচানেক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Apply Now

উল্লেখ্য যে যোৱা বৰ্ষৰ ছেপ্টেম্বৰত এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে লামিচানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰিছিল তাৰকাগৰাকী।

অভিযোগ সন্মুখলৈ অনা ১৭ বছৰীয়া কিশোৰী গৰাকীৰ ভাষ্যৰ আধাৰত তেওঁৰ অভিভাৱকে লামিচানেই যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি দাবী কৰিছিল। এই বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে নেপাল আৰক্ষীয়ে লামিচানেৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল।

তাৰ পাছতেই তাৰকাগৰাকীৰ নেপালৰ এখন আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল। অভিযোগৰ তদন্ত সুচাৰুৰূপে সম্পন্ন হোৱাৰ স্বাৰ্থত নেপাল ক্ৰিকেট ব’ৰ্ডে লামিছানেক নিলম্বন কৰিছিল। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি লামিচানেই নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল।

গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ সময়ত ক্ৰিকেটাৰগৰাকীয়ে কেৰিবিয়ান প্ৰিমিয়াৰ লীগত খেলি আছিল। লামিচানেক নেপালত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াৰ পিছত তেওঁ নিৰ্দোষিতা প্ৰমাণৰ বাবে উত্থাপিত অভিযোগৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণৰূপে সাজু বুলি লামিচানেই মন্তব্য কৰিছে।

এক ইনষ্টাগ্ৰাম পোষ্ট যোগে লামিচানেই তেওঁ নিৰ্দোষী আৰু নেপালৰ আইনৰ প্ৰতি বিশ্বাস আছে বুলি মন্তব্য কৰিছিল। সঠিক তদন্ত কৰি তেওঁক নেপালৰ আইনে ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছিল খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে নেপাল ক্ৰিকেটৰ পোষ্টাৰ বয় হৈ পৰা ২২ বৰ্ষীয় সন্দীপ লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। ২০১৮ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেঞ্চাইজী দিল্লী কেপিটেলছে ক্ৰয় কৰাৰ পিছতে লামিচানেৰ কেৰিয়াৰে গতি লয়।

তাৰ পিছতে লামিচানেই বিশ্বৰ সকলো টি-২০ লীগতে অংশগ্ৰহণ কৰিছে। কেৰিয়াৰৰ গ্ৰাফ ক্ৰমশ: উৰ্ধমূখী হোৱাৰ সময়তে ধৰ্ষণৰ গোচৰত অভিযুক্ত হৈ বিপদৰ সন্মুখীন হৈছে তাৰকাগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd