• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পতঞ্জলিৰ ঔষধ বন্ধ কৰি দিলে নেপাল ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই

গুণগত মান নথকাকৈয়ে ৰোগীৰ বাবে ঔষধ নিৰ্মাণ কৰি আছিল যোগগুৰু হিচাপে খ্যাত ভাৰতীয় ঔষধ ব্যৱসায়ী ৰামকৃষ্ণ ভাৰত ওৰফে ৰামদেৱে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 9:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাৰ ঔষধ নিৰ্মাণৰ গুণগত মান ৰক্ষা কৰা নাই ৰামদেৱে। নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ পৰীক্ষাত ওলাই পৰিল এই ভয়ংকৰ তথ্য। গুণগত মান নথকাকৈয়ে ৰোগীৰ বাবে ঔষধ নিৰ্মাণ কৰি আছিল যোগগুৰু হিচাপে খ্যাত ভাৰতীয় ঔষধ ব্যৱসায়ী ৰামকৃষ্ণ যাদৱ ওৰফে ৰামদেৱে।

Apply Now

লগতে পঢ়কঃ জাতীয় নায়কৰ পৰা বৰ্ণবাদৰ চিকাৰলৈ: বিশ্বকাপত পৰাজয়ৰ পাছতে বৰ্ণবাদীৰ ৰোষত ফৰাচী খেলুৱৈ

নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই গুণগত মান নথকাৰ বাবে ৰামদেৱৰ পতঞ্জলি সামগ্ৰী নিৰ্মাণ কৰা দিব্যা ফাৰ্মাচীক নেপালত ব্লেক লিষ্টড কৰি দিয়ে। দিব্যা ফাৰ্মাচীকে ধৰি আন ১৬ টা ঔষধ নিৰ্মাণ কোম্পানীকো তদ্ৰুপ কাৰণত বন্ধ কৰি দিয়ে নেপাল ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই।

নেপালত ১৮ ডিচেম্বৰত জাৰি কৰা এক জাননীত ঔষধ প্ৰশাসন বিভাগে এই ঔষধ সমূহ যোগান ধৰা স্থানীয় এজেণ্টক সামগ্ৰীবোৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশ অনুসৰি দিব্যা ফাৰ্চামীকে ধৰি আন ১৮ টা কোম্পানীয়ে নিৰ্মাণ কৰা ঔষধ নেপালত বিতৰণ কৰিব নোৱাৰিব।

লগতে পঢ়কঃ ধৰ্ষণৰ গোচৰত চিনেমা পৰিচালক হাৰ্ভি : প্ৰমাণিত হ’ল অপৰাধ

উল্লেখ্য যে, এপ্ৰিল আৰু জুলাই মাহত ভাৰতলৈ এটা দল পঠিয়াইছিল যিয়ে নেপাললৈ ঔষধ যোগান ধৰা কোম্পানীবোৰৰ পৰীক্ষা কৰিছিল। এই পৰীক্ষাতে ওলাই পৰে যে পতঞ্জলিৰ বেছিভাগ ঔষধৰেই গুণগত আৰু চিকিৎসাসন্মত মান তেনেই নিম্ন।

লগতে পঢ়কঃ চুলি ষ্ট্ৰেইট কৰে নেকি ? নকৰিব।

দিব্যা ফাৰ্মাচীৰ উপৰিও ব্লেকলিষ্ট হোৱা তালিকাখনত আছে আন বহুকেইটা ভাৰতীয় ঔষধ নিৰ্মাণ কোম্পানী।

নেপালৰ ঔষধ নিয়ন্ত্ৰণ বিভাগটোৱে ১৯ ডিচেম্বৰত জাৰি কৰা আন এখন জাননীত ভাৰতৰ গ্লোবেল হেলথ কেয়াৰৰ দ্বাৰা নিৰ্মিত ৫০০ মিলিলিটাৰ আৰু ৫-লিটাৰ হেণ্ড চেনিটাইজাৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। কাৰণ হেলথ কেয়াৰ হাস্পাতালে নিৰ্মাণ কৰা এই চেনিটাইজাৰ সমূহৰো গুণগত মান তেনেই নিম্ন।

লগতে পঢ়কঃ ৰাজনীতি বিদায়! শিক্ষকতাত যোগদান কৰিব প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰুনে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm

ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা

June 27, 2026 1:11 pm
সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd