• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিদিনীয়া ভ্ৰমণ সূচীলৈ ভাৰতত উপস্থিত নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 14, 2021 7:55 pm

1 min read

তিনিদিনীয়া ভ্ৰমণ সূচীলৈ ভাৰতত উপস্থিত নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
11.6k
VIEWS
Share on FacebookShare on Twitter

তিনিদিনীয়া ভ্ৰমণ সূচীলৈ আজি ভাৰতৰ ৰাজধানী দিল্লীত উপস্থিত হৈছে নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালী।

এই ভ্ৰমণ সূচীত নেপালৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ভাৰত-নেপাল যুটীয়া আয়ুক্তৰ বৈঠকত অংশগ্ৰহণ কৰিব।

এই বৈঠকৰ সময়ত নেপালৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে কোভিডৰ প্ৰস্তুতিকে সামৰি সীমান্ত কেন্দ্ৰীক বিষয় আৰু দ্বিপাক্ষিক সম্পৰ্কত আলোচনাত অংশগ্ৰহণ কৰিব।

আনহাতে, এই বৈঠকত নেপাল-ভাৰতৰ দ্বিপাক্ষিক বিষয়, বাণিজ্য, শক্তি, আন্তঃগাথনি, সংযোগ ব্যৱস্থা, কৃষি, পৰ্যটন, সংস্কৃতি আদি প্ৰসংগতো আলোচনা কৰা হ’ব।

নেপালৰ বৈদেশিক মন্ত্ৰী গৰাকীৰ সৈতে নেপালৰ বৈদেশিক সচিৱ ভাৰত ৰাজ পুৱেল আৰু স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰী লক্ষ্মী আৰয়ালো ভাৰতত উপস্থিত হৈছে।

ভাৰত আৰু নেপালৰ মাজত বিগত সময়ত দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি ঘটাৰ সময়তে নেপালৰ বৈদেশিক মন্ত্ৰীৰ এই ভাৰত ভ্ৰমণ সূচীয়ে যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd