• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ উত্তপ্ত নেপাল: Gen-Z ৰ প্ৰতিবাদৰ পিছতে সান্ধ্য আইন জাৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2025 8:11 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ দুমাহ পূৰ্বে নেপালৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰা Gen-Z যুৱক-যুৱতীসকলে পুনৰবাৰ ৰাজপথত নামি অহাৰ ফলত দেশখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰে নেপালৰ বাৰা জিলাত Gen-Z প্ৰতিবাদকাৰী আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ দল CPN-UML ৰ কৰ্মীৰ মাজত সংঘৰ্ষ হোৱাৰ পিছতে আজি পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

CPN-UML দলে পূৰ্বে Gen-Z ৰ প্ৰবল প্ৰতিবাদৰ ফলস্বৰূপে ক্ষমতা হেৰুৱাইছিল। বুধবাৰৰ এই উত্তেজনাৰ পিছতে আজি (বৃহস্পতিবাৰে) পুনৰ বহু সংখ্যক Gen-Z যুৱক-যুৱতী ৰাজপথলৈ ওলাই আহে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে বল প্ৰয়োগ কৰিবলগীয়া হয়।

Apply Now

পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে জিলা প্ৰশাসনে দুপৰীয়া ১২:৪৫ বজাৰ পৰা নিশা ৮ বজালৈকে সান্ধ্য আইন জাৰি কৰে।

শেহতীয়াভাৱে CPN-UML দলে আৰম্ভ কৰিবলৈ লোৱা এক যুৱ জাগৰণ অভিযানৰ বাবে এই সংঘৰ্ষৰ সূত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে। দলৰ সাধাৰণ সম্পাদক শংকৰ পোখাৰেল আৰু পলিটব্যুৰোৰ সদস্য মহেশ বাছনেট এক চৰকাৰ বিৰোধী সভাৰ বাবে কাঠমাণ্ডুৰ পৰা ছিমৰাত উপস্থিত হোৱাৰ কথা আছিল। এই খবৰ পোৱাৰ লগে লগে Gen-Z যুৱক-যুৱতীসকলে তেওঁলোকক বাধা দিবলৈ ছিমৰা বিমানবন্দৰ ঘেৰাও কৰাত সংঘৰ্ষৰ সৃষ্টি হয়।

বুধবাৰৰ সংঘৰ্ষত ৬ জনকৈ প্ৰতিবাদকাৰী আহত হয় আৰু তেওঁলোকে ছজন CPN-UML কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু আৰক্ষীয়ে CPN-UML দলৰ কৰ্মীসকলক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ তুলি Gen-Z যুৱকে পুনৰ প্ৰতিবাদ আৰম্ভ কৰে। এই অভিযোগৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে উত্তেজনা বৃদ্ধি পোৱাৰ সময়ত ছিমৰা বিমানবন্দৰৰ বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিব লগা হৈছিল। বৰ্তমান জিলাখনৰ সকলো পৰিস্থিতিৰ প্ৰতি প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে বাৰা জিলাৰ প্ৰধান স্থানসমূহ আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

বান বিধ্বস্ত শিশুৰ মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ: বৰঙণিৰ বিনিময়ত কেৰিকেছাৰ আঁকিব কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে

August 1, 2026 7:58 pm
ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

ঋষভ পন্ত, সঞ্জু চেমচন বাদ! ২০২৭ৰ বিশ্বকাপৰ বাবে অশ্বিনে বাছিলে নিজৰ পছন্দৰ দল

August 1, 2026 9:55 pm
পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

পাকিস্তানী সজাই কাৰাৰুদ্ধ কৰা ফতেমা বিবিৰ ফাইল সন্ধানহীন, কেন্দ্ৰক ভৰ্ৎসনা ন্যায়ালয়ৰ

August 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd