• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐক্যবদ্ধ হ’ল সমগ্ৰ উত্তৰ-পূব; বিজেপিশাসিত মণিপুৰ, ত্ৰিপুৰাকে ধৰি বন্ধ সৰ্বাত্মক আছিল মেঘালয়, মিজোৰাম, নাগালেণ্ডতো

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2019 10:16 am
Imphal Bandh

৮ জানুৱাৰিৰ বন্ধৰ সময়ত ইম্ফলৰ এটা দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত সমগ্ৰ উত্তৰ-পূবৰ জনগণক ঐক্যবদ্ধ ৰূপত আন্দোলন কৰা দেখা গ’ল ৮ জানুৱাৰিৰ উত্তৰ-পূব বন্ধৰ জৰিয়তে। উত্তৰ-পূবৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উমৈহতীয়া মঞ্চ, নেছ’ই বিধেয়কখনৰ বিৰোধিতাত আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ’ল উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যতে।

বিজেপি শাসিত অসমত এই বন্ধ সৰ্বাত্মক হোৱাৰ লগতে বিজেপিশাসিত মণিপুৰ, ত্ৰিপুৰা আৰু বিজেপি শাসনৰ অংশীদাৰ হৈ থকা মেঘালয়, নাগালেণ্ডতো এই বন্ধ সৰ্বাত্মক হোৱা দেখা গ’ল।

Apply Now

বন্ধৰ সময়ত অসমৰ লগতে, ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়তো প্ৰচুৰ হিংসাত্মক ঘটনা ঘটে। অসমত গোলাঘাট আৰু ডিব্ৰুগড়ত বন্ধৰ সমৰ্থকে বিজেপিৰ কাৰ্য্যালয়ত আক্ৰমণ আৰু অগ্নিসংযোগ কৰে। আনহাতে ত্ৰিপুৰাত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰায় ১৮জন লোক আহত হয়। পশ্চিম ত্ৰিপুৰাত খুমলুঙত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাৰ ফলত ৬জনকৈ লোক আহত হয়। ইয়াৰে ২জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে মেঘালয়তো দুই-এঠাইত বিক্ষিপ্ত ঘটনা ঘটে আৰু বন্ধৰ সমৰ্থকে পথত টায়াৰ জ্বলোৱাৰ লগতে দুই-এখন গাড়ীত আক্ৰমণ কৰাৰ বাতৰি পোৱা গৈছে। শ্বিলঙৰ ৰাজপথ আছিল প্ৰায় জনশূন্য। একেদৰেই নাগালেণ্ডৰ বাট-পথো আছিল ব্যতিক্ৰমভাৱে উকা। ৰাজপথত শিশুসকলক ক্ৰিকেট খেলা দেখা গৈছিল।

অৰুণাচল প্ৰদেশত নেছ’ৰ উপৰি সদৌ অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ য়ুনিয়নেও বিধেয়কখনৰ বিৰোধিতাত বন্ধৰ আহ্বান কৰিছিল। ফলত বন্ধৰ সময়ছোৱাত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে ৰাজ্যখনত।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যৰ জনগণে একেটা বিষয়ক লৈ ঐক্যবদ্ধভাৱে আন্দোলন কৰা এই ঘটনা বিৰলপ্ৰায়। কিন্তু দুখৰ বিষয় যে উত্তৰ-পূবৰ জনগণৰ তীব্ৰ বিৰোধিতা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰেৰ কেবিনেটে দুবাৰ নভবাকৈ বিধেয়কখনত অনুমোদন জনোৱাৰ লগতে লোকসভাতো নিজৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত পাছ কৰায়।

ইপিনে বিধেয়কখন কেবিনেটত অনুমোদন জনোৱাৰ পিছতে অসমত বিজেপিৰ সৈতে মিত্ৰতাৰে চৰকাৰৰ অংশীদাৰ হৈ থকা অগপই মিত্ৰতা ছেদ কৰে। মেঘালয়তো কনৰাড চাংমাই মিত্ৰ বিজেপিৰ প্ৰতি নিজৰ অসন্তুষ্টি ইতিমধ্যে ৰাজহুৱা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd