• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

FIFA World Cup 2022: খেলৰ ছয় মিনিটতে আগবাঢ়ি থাকিও ইকুৱেডৰ বিৰুদ্ধে ড্ৰ খেলিলে নেদাৰলেণ্ডে; বাহিৰ হ’ল আয়োজক দেশ কাটাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2022 7:53 am
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Netherlands and Ecuador played out a 1-1 draw  শুকুৰবাৰে নিশা দোহাৰ খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত নেডাৰলেণ্ড বনাম ইকুৱেডৰ মুখামুখি হয়। চলিত বিশ্বকাপত গ্ৰুপ ‘এ’ৰ প্ৰথম আৰু দ্বিতীয় দলৰ মাজৰ খেলখন ১-১ গ’লত ড্ৰ হয়। ভাৰ্জিল ভানৰ অৰেঞ্জ আৰ্মীয়ে আগবাঢ়ি থকাৰ পিছতো পইণ্টটো আজুৰি আনিব নোৱাৰিলে। খেলখনৰ ষষ্ঠ মিনিটত কোডি গাকপোৰ গ’লে ডাচ্চ দলটোক আগুৱাই ৰাখিছিল যদিও দ্বিতীয়াৰ্ধত এনাৰ ভেলেন্সিয়াৰ গ’লটোৱে নেদাৰলেণ্ডৰ জয়ৰ সপোন ভাঙি পেলায়।

বিশ্বকাপৰ উদ্বোধনী খেলখনত ইকুৱেডৰে আয়োজক দেশ কাটাৰক ২-০ গ’লত পৰাস্ত কৰিছিল। আনহাতে, বিশ্বকাপৰ প্ৰথমখন খেলত নেডাৰলেণ্ডে ছেনেগালক একেটা ব্যৱধানত পৰাস্ত কৰে। যদি নেডাৰলেণ্ডে শুকুৰবাৰে জয়ী হ’লহেঁতেন, তেন্তে তেওঁলোকে নকআউটলৈ যোৱাৰ পথত বহুদূৰ আগবাঢ়িব পাৰিলেহেঁতেন। কিন্তু সেয়া নহ’ল।

Apply Now

দুখন খেলৰ শেষত দুয়োটা দলৰ এতিয়া চাৰি পইণ্ট আছে। ছেনেগাল তিনি পইণ্টেৰে তিনি নম্বৰত আছে। তালিকাখনৰ একেবাৰে শেষত আছে কাটাৰ। এই খেলখন ড্ৰ হোৱাৰ পিছতে কাটাৰ বিশ্বকাপৰ পৰা বাহিৰ লৈ গ’ল! কেৱল ডাচ্চসকল পৰাজিত হ’লেহে কাটাৰে বিশ্বকাপত বৰ্তি থাকিব পাৰিলেহেঁতেন। এই সমীকৰণটো খেলখনৰ আগতেই স্পষ্ট হৈ আছিল।

খেলখনৰ ছয় মিনিটতে কোডি গাকপোৱে নেডাৰলেণ্ডক আগুৱাই নিছিল। তেওঁ টপ কৰ্ণাৰৰ পৰা মৰা বাওঁ ভৰিৰ বুলেট শ্বটটো নেটত গৈ আঘাত কৰিছিল। ইকুৱেডৰৰ গ’লৰক্ষক হাৰনান গেলিণ্ডেজৰ কোনো সুযোগ নাছিল। চলিত বিশ্বকাপৰ দ্ৰুততম গ’লটো গাকপোৰ ভৰিৰ পৰাই আহিল।

নেডাৰলেণ্ডৰ প্ৰথমটো গ’লে দলটোৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি কৰিছিল। ভান গালৰ দলটোৱে আক্ৰমণ আৰু বৃদ্ধি কৰিছিল। কিন্তু ইকুৱেডৰও ক্ষান্ত হোৱা নাছিল। আনকি গ’লটো হজম কৰাৰ পাছতো তেওঁলোকে আক্ৰমণ অব্যাহত ৰাখিছিল। বিৰতিৰ ঠিক আগেয়ে ষ্টুপিনানৰ গ’লটো অফচাইডৰ বাবে বাতিল হৈছিল। অন্যথা, ইকুৱেডৰ তেতিয়াই সমতালৈ ঘূৰি আহিব পাৰিলেহেঁতেন।

Each team takes a point!@adidasfootball | #FIFAWorldCup

— FIFA World Cup (@FIFAWorldCup) November 25, 2022

অৱশ্যে, দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে এনাৰ ভেলেন্সিয়াই কামটো সম্পন্ন কৰে। খেলৰ ৪৯তম মিনিটত তেওঁ দলটোক সমতালৈ ঘূৰাই আনে। তাৰ পিছত কোনো দলে গ’ল কৰিব নোৱাৰিলে। যেতিয়া ছেনেগালে কাটাৰক ৩-১ গ’লত পৰাস্ত কৰিছিল, তেতিয়াই কাটাৰৰ বিদায় ঘণ্টা বাজিছিল। এই খেলখনৰ পিছত সেইটো নিশ্চিত হৈ পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd