• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰাট কোহলীৰ ভাগ্য সলনি কৰি দিছিল তেজস্বী যাদৱে! আৰ জে ডিৰ দাবীক লৈ সৰস চৰ্চা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2020 2:23 pm
tejashwi-yadav-virat-kohli
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ ভাগ্য হেনো সলনি কৰি দিছিল বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে।

এই দাবী কৰিছে তেজস্বী অৰ্থাৎ তেওঁৰ পিতৃ লালু প্ৰসাদৰ দল আৰ জে ডিয়ে।

Apply Now

তেজস্বী যাদৱৰ অধিনায়কত্বত খেলাৰ সময়তে প্ৰথম নিৰ্বাচকসকলৰ দৃষ্টি আহিছিল বিৰাট কোহলী। সেয়ে কোহলীৰ ভাগ্য সলনিৰ কৃতিত্ব তেজস্বীৰ।

কিন্তু আৰজেডিৰ এনে দাবীক লৈ ছচিয়েল মিডিয়াত চলিছে সৰস চৰ্চা।

বৃহস্পতিবাৰে বিৰাট কোহলীৰ জন্মদিন উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰসিদ্ধ ব্যক্তিয়ে তেওঁক শুভেচ্ছা জনায়। ইয়াৰ মাজতে বিহাৰৰ ৰাজনৈতিক দল আৰ জে ডিয়েও টুইটাৰত কোহলীক শুভেচ্ছা জনায়।

টুইটাৰত উল্লেখ কৰে যে তেওঁলোকৰ নেতা তেজস্বী যাদৱৰ নেতৃত্বত খেলাৰ সময়তে হেনো বিৰাট কোহলীৰ ভাগ্য সলনি হৈ যায়।

ইয়াৰ পাছতে ছচিয়েল মিডিয়াত তোলপাৰ লাগে। বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ব্যংগাত্মক মন্তব্য কৰাৰ লগতে বহু মিমো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

উল্লেখ্য যে ২০০০চনত জগমোহন ডালমিয়াৰ নেতৃত্বত বিচিচিআইয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন প্ৰতিভা তুলি অনাৰ প্ৰচেষ্টা হাতত লৈছিল। সেই সময়ত মুম্বাইৰ অনুৰ্থ ১৬ দলৰ বিৰুদ্ধে খেলা বিৰাটৰ দলৰ অধিনায়ক আছিল তেজস্বী যাদৱ।

সেই মেচতেই হেনো মুখ্য নিৰ্বাচক দিলীপ ভেংচৰকাৰৰ দৃষ্টি কাঢ়িছিল কোহলিয়ে। তেজস্বীয়ে ইয়াৰ পূৰ্বে ঝাৰখণ্ডৰ হৈ ৰঞ্জী দলকো প্ৰতিনিধিত্ব কৰিছিল।

तेजस्वी यादव की कप्तानी में बदली थी विराट कोहली की किस्मत!https://t.co/Xo6UBIKxHF

— Rashtriya Janata Dal (@RJDforIndia) November 5, 2020

আনহাতে, প্ৰথমতে আইপিএলত দিল্লী ডেয়াৰডেভিলছ দলতো আছিল তেজস্বী যাদৱ, যদিও তেওঁৰ এখনো মেচ খেলা নহ’ল।

পাছত ক্ৰিকেটৰ পৰা ৰাজনীতিলৈ ঢাপলি মেলিলে তেজস্বী। বিৰাটৰ জন্মদিনত আৰ জে ডিয়ে কৰা টুইটৰ পাছতে বিষয়টোক লৈ ছচিয়েল মিডিয়াত তৰল মন্তব্যৰ জোৱাৰ উঠে।

বহুতেই ইয়াক বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ মাজত দৃষ্টি আকৰ্ষণৰ এক প্ৰচেষ্টা বুলিও টিপ্পনী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm
অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd