DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থ-ইষ্ট য়ুনাইটেডৰ অংশ হ’বলৈ উত্তৰ-পূবৰ যুৱ ফুটবলাৰৰ বাবে সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2019 12:01 pm
NEUFC YOUTH

ইণ্টাৰনেটৰ পৰা সংগৃহীত

590
VIEWS
Share on FacebookShare on Twitter

আই এছ এলত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰি নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি নামেৰে দল গঠন কৰি গুৱাহাটীক গৃহভূমি হিচাপে লোৱা দলটোৱে যুৱ দল গঠনৰ উদ্দেশ্যে অহা ২৭ আৰু ২৮ জুলাইত সৰুসজাই ষ্টেডিয়ামত এক ট্ৰায়েল শিবিৰৰ আয়োজন কৰিছে।

দুটা পৃথক বয়স গোটৰ মাজেৰে নিৰ্বাচিত কৰা হ’ব ফুটবলাৰ। সেয়ে এই শিবিৰটো দুদিনীয়াকৈ অনুষ্ঠিত হ’ব বুলি জনায়।

দলীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি ২০০৩ চনৰ ১ জানুৱাৰিৰ পৰা ২০০৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা খেলুৱৈ সকলে ২৭ জুলাইত হ’ব লগীয়া শিবিৰত অংশগ্ৰহণ কৰিব লাগিব।

আনহাতে ২০০৭ চনৰ ১ জানুৱাৰিৰ পৰা ২০০৮ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা খেলুৱৈসকলক ২৮ জুলাইৰ শিবিৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। দুয়ো দিনে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব শিবিৰ।

ট্ৰায়েল শিবিৰত উপস্থিত থাকিব বিচৰা যুৱ ফুটবলাৰ সকলে জন্মৰ প্ৰমাণপত্ৰ, চৰকাৰী পৰিচয়পত্ৰ, দুখন পাছপ’ৰ্ট আকাৰৰ ফটো লগত আনিব লাগিব।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে অসম তথা উত্তৰ-পূবৰ প্ৰতিভাধৰ যুৱ ফুটবলাৰ সকলক উচিত প্লেটফ’ৰ্ম দিয়াৰ উদ্দেশ্যে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক্লাব কৰ্তৃপক্ষই উল্লেখ কৰে।

Recent News

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd