• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত নাৰ্চিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

NE NOW NEWS মানস প্ৰতিম গগৈ
মার্ঘেৰিটা , November 27, 2020 6:20 pm

2 min read

মাৰ্ঘেৰিটাত নাৰ্চিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য
1.4k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত অৱস্থিত ডাঃ মোবাৰক আলী মালিকানাধীন মোনাফ মেমোৰিয়েল নাৰ্চিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত আজি সদ্যোজাত মৃত শিশু উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আৱৰ্জনাৰ মাজত পেলাই দিয়া সদ্যজাত শিশুটোৰ দেহ কুকুৰে ভক্ষণ কৰিবলৈ লোৱা প্ৰত্যক্ষ কৰি স্থানীয় সচেতন যুৱকে সংবাদকৰ্মীক খবৰ দিয়াত এই তথ্য পোহৰলৈ আহে।

পৰৱৰ্তী সময়ত শিশুটোৰ মৃতদেহটো নাৰ্চিংহোমখনৰ কৰ্মচাৰীয়ে উক্ত আৱৰ্জনা পেলোৱা স্থানতে এটা সৰু গাট খান্দি পুতি থয়।

অৰুণাচল প্ৰদেশৰ চাংলাঙৰ এহাল দম্পত্তীৰ বৃহস্পতিবাৰে নিশা মৃত শিশুটি জন্ম হৈছিল বুলি নাৰ্চিহোমখনৰ কৰ্তৃপক্ষই সদৰী কৰে।

নাৰ্চিংহোমখনৰ কৰ্মচাৰীক শিশুটি সমাধিস্থ কৰিবলৈ দিয়া হৈছিল যদিও জাবৰ জোথৰ পেলোৱা স্থানত পেলাই থৈ যোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হয়।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, এইদৰে নাৰ্চিংহোমৰ চৌহদতে মৃতদেহ সৎকাৰ কৰাৰ অনুমতি আছেনে ইয়াকে লৈ স্থানীয় সচেতন ৰাইজে প্ৰশ্ন কৰিছে।

এইদৰে নীতি বিৰুদ্ধ কাম কৰি অহা এনে নাৰ্চিংহোমৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা ল’বনে ইয়াকে লৈ বিভিন্নজনে সংবাদমাধ্যম যোগে প্ৰশ্ন উত্থাপন কৰে প্ৰশাসনক।

আনহাতে, নাৰ্চিংহোম কৰ্তৃপক্ষক এই সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে, মৃত্যু শিশুটি পৰিয়ালৰ লোকে সমাধিস্থ কৰিবলৈ কোৱাত তেওঁলোকে শিশুটি এদৰে পুটিবলৈ চেষ্টা কৰিছিল যদিও এইদৰে নাৰ্চি হোমৰ চৌহদতে মৃত্যু শিশু সমাধিস্থ কৰাৰ অনুমতি তেওঁলোকৰ নায়।

একাংশ লোকে এই নাৰ্চিং হোম খনত অবৈধ গৰ্ভপাত কৰাৰো সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষী প্ৰশাসনে এইক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd