• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘একালৰ বৃন্দাবন একালত পৰে চন’! তিনিবাৰৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰৰ আমানতৰ ধন জব্দ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2025 4:37 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীলা দীক্ষিতে ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ একেৰাহে ১৫ বছৰ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দিল্লীৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতক ‘দুৰ্নীতি’ৰ অস্ত্ৰৰে পৰাস্ত কৰিছিল অৰবিন্দ কেজৰিৱালে। ১২ বছৰৰ পাছত শীলাৰ পুত্ৰ সন্দীপে কেজাৰীক হৰুৱাই মাকক হৰুৱাৰ ‘প্ৰতিশোধ’ ল’লে। কিন্তু তেওঁৰ নিজৰ আমানতৰ জমা ধন জব্দ কৰা হ’ল!

দিল্লীত যোৱা লোকসভা নিৰ্বাচনত কেজৰিৱালৰ আম আদমী পাৰ্টি আৰু কংগ্ৰেছে কান্ধত কান্ধ মিলাই যুঁজিছিল। কিন্তু মিত্ৰজোঁটে সাতখন আসনৰ ভিতৰত এখনো আসন লাভ কৰিব নোৱাৰিলে। যোৱা সাত-আঠ মাহত যমুনাৰ মাজেৰে বহু পানী বৈ গৈছে। যমুনাৰ ‘প্ৰদূষিত’ পানীত জাহ গৈছে আপ-কংগ্ৰেছৰ বন্ধুত্ব।

Apply Now

এইবাৰ নতুন দিল্লীৰ আসনখনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালে নিজৰ সন্মান ৰক্ষাৰ বাবে যুঁজিছিল। কংগ্ৰেছে শীলাৰ পুত্ৰ প্ৰাক্তন সাংসদ সন্দীপক তেওঁৰ বিৰুদ্ধে থিয় কৰাইছিল। দিল্লীৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং ভাৰ্মাৰ পুত্ৰ প্ৰবেশ ভাৰ্মাই বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰে। নিৰ্বাচনৰ ফলাফল অনুসৰি কম ব্যৱধানত পৰাস্ত হয় আপৰ মুৰব্বী কেজৰিৱাল। কিন্তু সন্দীপ হৈ পৰিছে এটা ডাঙৰ ‘কাৰক’।

চূড়ান্ত ৰাউণ্ডৰ গণনাৰ পূৰ্বে কেজৰিৱালৰ ভোটৰ সংখ্যা আছিল ২৫,৯৯৯। বিজেপিৰ প্ৰৱেশে লাভ কৰে ৩০,০৮৮টা ভোট। এই ব্যৱধান হৈছে ৪০৮৯। নতুন দিল্লীৰ ‘ত্ৰিমুখী’ যুদ্ধত বহু পিছ পৰিল সন্দীপ। তেওঁ লাভ কৰে মাত্ৰ ৪৫৬৮টা ভোট। যিটো স্পষ্টৰ পৰা কেজৰিৱাল আৰু প্ৰবেশৰ ভোটৰ পাৰ্থক্য সৃষ্টি কৰিছিল সন্দীপেই। ফলাফলৰ পৰা অনুমান কৰিব পাৰি যে আপ আৰু কংগ্ৰেছে মিত্ৰতাৰে যুঁজ দিলে নিৰ্বাচনৰ ফলাফল বেলেগ হ’ব পাৰিলেহেঁতেন।কেজৰিৱালে ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত নতুন দিল্লীৰ আসনৰ পৰা তদানীন্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতক পৰাস্ত কৰিছিল। সেই দৃষ্টিকোণৰ পৰা নতুন দিল্লীৰ যুঁজখন এইবাৰ সন্দীপৰ বাবে ‘প্ৰতিশোধৰ যুঁজ’ আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am
সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

October 1, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd