• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2025 7:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মগজুৰ কৰ্কট ৰোগ, বিশেষকৈ ‘গ্লিঅ’ব্লাষ্টোমা’ (Glioblastoma) দৰে মাৰাত্মক আৰু দুৰাৰোগ্য ৰোগক এতিয়াও চিকিৎসা বিজ্ঞানৰ এক বৃহৎ প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়। এই ৰোগ এবাৰ তৃতীয় বা চতুৰ্থ পৰ্যায়ত উপনীত হ’লে, সম্পূৰ্ণ আৰোগ্য প্ৰায় অসম্ভৱ বুলি গণ্য কৰা হয়। কিন্তু সাম্প্ৰতিক সময়ত ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ হাস্পতালত হোৱা এক গৱেষণাই দেখুৱাইছে আশাৰ ৰেঙণি।

গৱেষকসকলে সদ্য উন্নয়ন কৰা এক ইমিউন’থেৰাপি-ভিত্তিক ঔষধেৰে ৪০ বছৰীয়া বেন ট্ৰটমেন নামৰ এজন ৰোগীক মগজুৰ কৰ্কট ৰোগীক আৰোগ্য কৰিবলৈ সক্ষম হৈছে। যদিও এই ঔষধৰ ক্লিনিকেল পৰীক্ষা এতিয়াও চলি আছে, তথাপি এই সফলতা চিকিৎসা ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মাইলৰ খুটি হিচাপে বিবেচিত হৈছে।

Apply Now

বিশেষজ্ঞসকলে কয় যে, এই নতুন ইমিউন’থেৰাপি প্ৰক্ৰিয়াই কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিৰ বিকল্প হিচাপে বিকশিত হ’বলৈ সক্ষম। কেমো আৰু ৰেডিঅ’থেৰাপিয়ে আক্ৰন্ত কোষ ধ্বংস কৰাৰ সময়ত সুস্থ কোষবোৰো ক্ষতিগ্ৰস্ত কৰে, ফলত শৰীৰৰ সামগ্ৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। কিন্তু, ইমিউন’থেৰাপীয়ে ৰোগীৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰি ক্ৰমান্বয়ে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম কৰি তুলে। এই চিকিৎসা পদ্ধতিত কোষবোৰৰ অস্বাভাৱিক ৰূপান্তৰ ধৰা পেলাই সুস্থ কোষ আৰু কলাবোৰক সজাগ কৰি তোলে।

গৱেষকসকলে দাবী কৰিছে, এই নতুন ঔষধে ইমিউন’থেৰাপিৰ আধাৰত কাম কৰি শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতাক পুনৰ সংগঠিত কৰে। ফলস্বৰূপে, ৰোগী নিজৰ শৰীৰ জড়িয়তে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। বেন ট্ৰটমেনৰ সফল আৰোগ্যই এই চিকিৎসাৰ সম্ভাৱনাৰ প্ৰমাণ স্বৰূপ।

তদুপৰি, বেনৰ দৰে বহু ৰোগীৰ ওপৰত এই ঔষধৰ ক্লিনিকেল পৰীক্ষা চলি আছে। গৱেষণা সফল হ’লে মগজুৰ কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব বুলি চিকিৎসকসকলে আশা কৰিছে।

চিকিৎসা জগতত এই নতুন সম্ভাৱনাই কেৱল মগজুৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত নহয়, আন সকলোধৰণৰ কেন্সাৰৰ ক্ষেত্ৰতো এক আশাজনক দিশ উন্মোচন কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd