• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘নতুন কৃষি আইন কৃষকৰ বাবে মৃত্যুদণ্ডৰ স্বৰূপ’, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2021 8:27 pm

1 min read

index.jpgb
214
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ বিতৰ্কিত তিনি নতুন কৃষি আইন সন্দৰ্ভত পুনৰ মন্তব্য প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱালে।

কেজৰিৱালে দেওবাৰে কয় যে নতুন কৃষি আইনসমূহ ‘কৃষকৰ বাবে মৃত্যুদণ্ড সদৃশ’।

পশ্চিম উত্তৰ প্ৰদেশ বিধান সভা সমষ্টিত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে নতুন কৃষি আইনৰ বলত কিছু ক’ৰ্প’ৰেট গোষ্ঠীয়ে সমগ্ৰ কৃষি খণ্ড নিয়ন্ত্ৰণ কৰিব আৰু এই কৃষি আইনসমূহ কৃষকৰ কাৰণে মৃত্যুদণ্ড সদৃশ।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই তিনি বিতৰ্কিত কৃষি আইনসমূহক ক’লা আইন বুলিও অভিহিত কৰে।

“অহা ২৮ ফেব্ৰুৱাৰিত মিৰাটত এক বিশাল ‘কিষাণ পঞ্চায়ত’ আয়োজন কৰা হ’ব য’ত এই আইনসমূহ আলোচনা কৰাৰ লগতে বাতিল কৰিবলৈ ভাৰত চৰকাৰলৈ আবেদন জনোৱা হ’ব,” দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়।

ৰাষ্ট্ৰীয় জাত মহাসংঘৰ নেতা ৰহিত জাকাড়ে উপস্থিত থাকি উক্ত সভাতে কেন্দ্ৰৰ বিতৰ্কিত কৃষি আইন বাতিলৰ লগতে স্বামীনাথনৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰক দাবী জনায়।

উল্লেখ্য যে দেওবাৰে পশ্চিম উত্তৰ প্ৰদেশ বিধানসভা সমষ্টিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰিজাৱেল কৃষক নেতাসকলৰ উদ্যোগত এক সভা অনুষ্ঠিত কৰিছিল।

উক্ত সভাত দিল্লী চৰকাৰৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলট, পানী আৰু পৰ্যটন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম আৰু আপৰ সাংসদ সঞ্জয় সিঙো উপস্থিত আছিল।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd