• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনত পোৱা গৈছে ভয়ংকৰ নতুন শ্বোৱাইন ফ্লুৰ সন্ধান; পুনৰ মহামাৰীৰ আশংকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2020 9:54 am
000_1jm6fx_063020081925 new

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৱেষকসকলে চীনত এবিধ নতুন শ্বোৱাইন ফ্লু বিচাৰি পাইছে। এইটোৱে কৰ’না মহামাৰীৰ সংকট বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা গৈছে।

আমেৰিকাৰ ছায়েন্স জাৰ্ণেল PNAS ত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য।

Apply Now

সন্ধান লাভ কৰা এই নতুন শ্বোৱাইন ফ্লু ৰোগ ২০০৯ত গোটেই বিশ্বত বিয়পি পৰা H1N1শ্বোৱাইন ফ্লুৰে বংশজ বুলি কোৱা হৈছে।

অৱশ্যে, এই নতুন শ্বোৱাইন ফ্লুক অধিক বিপদজনক বুলি কোৱা হৈছে।

চীনৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু চীনৰ চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ বিজ্ঞানীসকলে কৈছে যে এই নতুন শ্বোৱাইন ফ্লু ইমান শক্তিশালী যে ই মানুহক গুৰুতৰভাৱে সুস্থ কৰি তুলিব পাৰে।

বিজ্ঞানীসকলে আশংকা কৰিছে যে কৰ’না মহামাৰীৰ সময়তে যদি এই নতুন শ্বোৱাইন ফ্লুৰ সংক্ৰমণ ঘটে তেতিয়াহ’লে বহু ডাঙৰ সংকটৰ সৃষ্টি হ’ব।

এই নতুন শ্বোৱাইন ফ্লুৰ নাম হৈছে G4। চীনৰ বিজ্ঞানীসকলে ইয়াৰ সন্ধানত ২০১১ৰ পৰা ২০১৮লৈকে গৱেষণা কৰিছে।

উক্ত সময়ছোৱাত বিজ্ঞানীসকলে চীনৰ ১০খন ৰাজ্যৰ পৰা ৩০হাজাৰ গাহৰিৰ নাকৰ পৰা স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল।

বিজ্ঞানীসকলে পৰীক্ষাত লাভ কৰা ১৭৯ বিধ শ্বোৱাইন ফ্লুৰ ভিতৰত G4 বেছিভাগ গাহৰিৰ মাজতে লাভ কৰে। ইয়াৰ পাছতে বিজ্ঞানীসকলে G4ৰ ওপৰত অধ্যয়ন আৰম্ভ কৰে।

অধ্যয়নত পোৱা যায় যে নতুন শ্বোৱাইন ফ্লু G4 মানুহক দ্ৰুতভাৱে আৰু গুৰুতৰভাৱে সংক্ৰমিত কৰিব পাৰে। অৰ্থাৎ বহু ক্ষিপ্ৰতাৰে ই মানুহৰ মাজত মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে।

বিজ্ঞানীসকলে দাবী কৰা মতে, চীনত গাহৰিৰ ফাৰ্মত কাম কৰা প্ৰতি দহজন লোকৰ ভিতৰত এজনৰ মাজত G4ৰ সংক্ৰমণ পোৱা গৈছে। বিজ্ঞানীসকলে এই লোকসকলৰ এন্টিবডী টেষ্ট কৰাৰ পাছত ইয়াৰ সংক্ৰমণৰ কথা ধৰা পৰে।

বিজ্ঞানীসকলে দাবী কৰা মতে চীনৰ জনসংখ্যাৰ প্ৰায় ৪.৪ শতাংশ লোক G4ৰ দ্বাৰা ইতিমধ্যে সংক্ৰমিত হৈছে।

অৱশ্যে, এই ফ্লু মানুহ পৰা মানুহৰ শৰীৰলৈ বিয়পাৰ প্ৰমান পোৱা হোৱা নাই। এই বিষয়ত এতিয়াও অধ্যয়ন চলি আছে।

চীনৰ বিজ্ঞানীসকলে তেওঁলোকৰ প্ৰতিবেদন উল্লেখ কৰা মতে যদিহে G4মানুহৰ পৰা মানুহলৈ সোঁচৰিবলৈ আৰম্ভ কৰে তেতিয়া এই মাহামাৰী ভয়ংকৰ হৈ পৰিব।

বৰ্তমান গাহৰি ফাৰ্মত কাম কৰা লোকসকলৰ ওপৰত দৃষ্টি ৰখাটো আটাইতকৈ জৰুৰী বুলিও প্ৰতিবেদনত কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd