• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

পূৰ্বসূৰী ৰাথোড়ৰ পথকে অনুসৰণ কৰি যাবলৈ সাজু কিৰেন ৰিজিজু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2019 11:50 am
rijiju-social
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত মন্ত্ৰীসভাত ক্ৰীড়া আৰু যুৱ কল্যাণৰ দায়িত্ব লাভ কৰা অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৱে তেওঁৰ পূৰ্বসূৰী ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ পথকে অনুসৰণ কৰিব।

মোদী মন্ত্ৰীসভাৰ প্ৰথমটো কাৰ্যকালত গৃহ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা কিৰেন ৰিজিজুৱে এইবাৰ ক্ৰীড়া বিভাগৰ দৰে এক গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছে। তদুপৰি, ৰাজ্য মন্ত্ৰী হ’লেও তেওঁ স্বতন্ত্ৰ দায়িত্ব লাভ কৰিছে।

Apply Now

পূৰ্বৰ ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিং নিজেই এগৰাকী দেশৰ আগশাৰীৰ ক্ৰীড়াবিদ হোৱাৰ লগতে তেওঁৰ কাৰ্যকালত মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা প্ৰকল্পসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল।

এইবাৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত দায়িত্বভাৰ গ্ৰহণ কৰিয়েই কিৰেন ৰিজিজুৱে কয়,’’ৰাথোড়ে প্ৰস্তুত কৰা পথেৰেই মই আগবাঢ়িম। তেওঁ গ্ৰহণ কৰা এটা প্ৰকল্পও বাদ নিদিওঁ। খেলো ইণ্ডিয়াৰ পৰিসৰ আৰু বৃদ্ধি কৰা হ’ব।‘’

ক্ৰীড়াক্ষেত্ৰত ৰাথোড়ৰ দৰে অভিজ্ঞতা নাই যদিও কৰ্মস্পৃহা কম নহয় ৰিজিজুৰ। কলেজীয়া জীৱনত সমনীয়াৰ সৈতে সমূহীয়া দৌৰত অংশ গ্ৰহণ কৰা ৰিজিজুৰ প্ৰাক্তন ফুটবলাৰ বাইচুং ভূটীয়া আৰু ৰেনেডী সিঙৰ সৈতে বন্ধুত্ব আছে।

আনহাতে, টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ প্ৰস্তুতি মন্ত্ৰীগৰাকীৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। ইপিনে, অহা পাঁচ বছৰত ক্ৰীড়া মন্ত্ৰী হিচাপে তেওঁৰ লক্ষ্য সন্দৰ্ভত ৰিজিজুৱে কয়, ‘’ বিভাগটোৰ কামকাজ বুজি উঠোতে অলপ সময় লাগিব। কিন্তু আমি এটা দল হিচাপে কাম কৰি যাম।‘’

কেন্দ্ৰীয় মন্ত্ৰীসভাত ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰা ৪৮ বছৰীয়া ৰিজিজু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়গৰাকী সাংসদ। ইয়াৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ প্ৰথমখন মন্ত্ৰীসভাত বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

ৰাজীৱ গান্ধীৰ জন্মদিনত ছোনিয়া গান্ধীক লৈ আবেগিক ৰাহুল গান্ধী; ফেচবুকত আৱেগিক পোষ্ট

August 20, 2026 2:18 pm
যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত নতুন মোৰ : আৰক্ষীৰ জালত মূল অভিযুক্ত অনিক দাস

August 20, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd