• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত এইবাৰ গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হ’ব ‘ই-নিয়ন্ত্ৰণ’ মোবাইল এপ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 29, 2018 7:45 pm
483
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতি নিয়ন্ত্ৰণৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আজি এটা নতুন মোবাইল এপৰ শুভ উদ্বোধন কৰা হয়। ‘ই-নিয়ন্ত্ৰণ’ নামৰ এই মোবাইল এপটো মুকলি কৰে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাই।

উপায়ুক্ত গৰাকীয়ে এই এপটোৱে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত চলা গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰি বন্যপ্ৰাণীক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব।

এই সম্পৰ্কত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ লগতে নেচনেল ইনফৰ্মেটিচ চেণ্টাৰৰ গোলাঘাট জিলা কেন্দ্ৰৰ জিলা বিষয়া অভিজিত কাকতি, সহকাৰী বিষয়া সুশ্ৰুত ৰাজখোৱা আৰু অনান্য বিষয়ববীয়া সকলো উপস্থিত আছিল।

এন আই চি গোলাঘাট জিলা কেন্দ্ৰই নিৰ্মাণ কৰা এই এনডৰয়ড এপটো বান পানীৰ সময়ত টাইম কাৰ্ডৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব বুলি এন আই চি গোলাঘাটে জনায় ৷

তাৰোপৰি এই মোবাইল এপটোৰ জৰিয়তে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে তীব্ৰ বেগত গতি কৰা যানবাহনৰ নম্বৰ আৰু সবিশেষ বনকৰ্মীয়ে মেবাইলতে সংগ্ৰহ কৰি পৰৱৰ্তী চেক গেটলৈ প্ৰেৰণ কৰিব পাৰিব বুলিও জনায় অভিজিত কাকতীয়ে ৷

ইফালে ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই নৰ্থ ইষ্ট নাওক কয় যে, ‘এই মোবাইল এপটো আমি এই বাৰেই পৰীক্ষামুলক ভাৱে ব্যৱহাৰ কৰাৰ সিধান্ত লৈছিলো যদিও বানপানী নোহোৱাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিলো ৷ পৰৱৰ্তী বান পানীৰ সময়ত এই এপটো আমি পৰীক্ষামুলক ভাৱে ব্যৱহাৰ কৰিম’।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd