• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাৰো পাহাৰৰ কল খেতিয়কসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে মোদীৰ নতুন কেবিনেটে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2019 9:20 am
darrangiri-768x432

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন মোদী কেবিনেটত যদিও তুৰা সমষ্টিৰ সাংসদ আগাথা কে চাংমাই মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম নহ’ল তথাপি গাৰো পাহাৰৰ খেতিয়কসকল সম্পূৰ্ণৰূপে আশাহত হোৱা নাই।

কেবিনেটতত পঞ্জাৱৰ সাংসদ হৰচিমৰৎ কৌৰ বাদলক খাদ্য সংসাধন মন্ত্ৰী আৰু অসমৰ সাংসদ ৰামেশ্বৰ তেলীক বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পন কৰাৰ পাছত ৰাজ্যখনৰ খেতিয়কসকলৰ মনত নতুন আশাৰ সঞ্চাৰ হৈছে।

Apply Now

বাদল আৰু তেলীয়ে যুতীয়াভাবে কাম কৰি গাৰো পাহাৰৰ খেতিয়কসকলৰ সপোন দিঠকত পৰিণত কৰিব বুলি এতিয়া সকলোৱে আশাবাদী।

মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ আদোকগ্ৰেৰ গাৰো জনজাতীয় খেতিয়কলকল হ’ল দক্ষিণ এচিয়াৰ ভিতৰত সৰ্বাধিক জৈৱিক পদ্ধতিৰে কল উৎপাদন কৰা খেতিয়ক। ১৫,০০০ তকৈও অধিক জনজাতীয় খেতিয়ক প্ৰত্যক্ষ অথবা পৰোক্ষ ভাবে কল খেতিৰ লগত জড়িত হৈ আছে।

সাধাৰণতে, গাৰো পাহাৰৰ কল খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত কলসমূহ এচিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ অসমৰ গোৱালপাৰা জিলাৰ দৰংগিৰীত বিক্ৰী কৰে। বেছিভাগ সময়তে জনজাতীয় কল খেতিয়কসকল সদায় মধ্যভোগীৰ দ্বাৰা প্ৰতাৰিত হৈ আহিছে।

গাৰো কল খেতিয়ক সকল যাতে মধ্যভোগীসকলৰ দ্বাৰা প্ৰতাৰিত হ’বলগীয়া নহয় সেই সম্পৰ্কত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু গাৰো পাহাৰৰ খেতিয়কসকলৰ এটা প্ৰতিনিধিৰ দলে ২০১৭ চনৰ আগষ্ট মাহত খাদ্য সংসাধন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰৎ কৌৰ বাদলক সাক্ষাৎ কৰিছিল।

বাদলক সাক্ষাৎ কালত কনৰাড চাংমা আৰু প্ৰতিনিধি দলটোৰ সদস্য ৰূপেৰ্ট মোমিনে বাদলক উত্তৰ গাৰো পাহাৰৰ জৈৱিক কলৰ খেতিৰ বিষয়ে বিস্তাৰিত ৰূপত অৱগত কৰিছিল।

যিহেতু অঞ্চলটোত কলৰ উৎপাদন বছৰটোৰ এটা নিৰ্দিষ্ট সময়তহে বেছিকৈ হয় (মূলত আগষ্টৰ পৰা অক্টোৱৰ মাহলৈ) সেয়েহে কলৰ উৎপাদন আৰু যোগান নিয়মীয়া কৰাৰ বাবে প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অঞ্চলটোত এটা শীতল ভাণ্ডাৰ আৰু সংসাধন গোট স্থাপনৰ বাবে আহ্বান জনাইছিল।

যদিও নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ শীতল ভাণ্ডাৰ আৰু খাদ্য সংসাধন গোট স্থাপনত কোনোধৰণৰ কাৰ্য্যব্যৱস্থা হাতত লোৱা নাই তথাপি শুকুৰবাৰে বাদল আৰু ৰামেশ্বৰ তেলীয়ে বিভাগটোৰ দায়িত্ব পোৱাত খেতিয়কলকলৰ মনত নতুন আশা যোগ হয়।

একাংশ গাৰো কল খেতিয়কে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা আৰু খাৰকুত্তাৰ বিধায়ক ৰূপেৰ্ট মোমিনে দুয়োগৰাকী বিভাগীয় মন্ত্ৰীক অঞ্চলটোৰ কল খেতিয়কসকলৰ দাবী পুৰণ কৰাৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাসী হৈ আছে।

মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাই বিগত দুটা মাহত তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে চেষ্টা কৰি আছে আৰু মেঘালয় চৰকাৰে কৃষি আৰু জৈৱিক উৎপাদন বৃদ্ধি কৰাৰ বাবে নতুনকৈ খাদ্য সঞ্চালকালয় বিভাগ এটাও  স্থাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd