• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফ্ৰান্সত মুছলমানৰ বাবে নতুন নিয়ম; গণতান্ত্ৰিক মূল্যবোধক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান ৰাষ্ট্ৰপতি মেকৰণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2020 10:31 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণে উগ্ৰবাদী ইছলামিক চিন্তাধাৰাৰ পৰা মুক্ত হোৱাৰ বাবে দেশখনৰ ইছলামিক নেতা সকলৰ পৰা সহযোগিতা আহ্বান কৰে।

এইক্ষেত্ৰত ৰাষ্ট্ৰপতি মেকৰণে মুছলিম বিশ্বাসৰ ফ্ৰান্স কাউন্সিলক বিভাগীয় মন্ত্ৰ্যালয়ৰ সৈতে সহযোগিতাৰ বাবে ১৫ দিনৰ সময় বান্ধি দিছে।

Apply Now

চি এফ চি এমে ফ্ৰান্সত ইমাম সকলৰ বাবে ৰাষ্ট্ৰীয় পৰিষদ গঠন কৰিব যিয়ে ইমাম সকলক বিভাগীয় মৰ্যদা দিব।

উল্লেখযোগ্য যে, ফ্ৰান্সত বিগত সময়ছোৱাত কট্টৰপন্থী ইছলামিক সংগঠনে নিজৰ কাৰ্য্যকলাপ বৃদ্ধি কৰিছিল।

ৰাষ্ট্ৰপতি মেকৰণে দেশৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক সমৰ্থন কৰি ফ্ৰান্সত সংঘটিত হোৱা এনে আক্ৰমণক গৰিহনা দিয়ে।

ৰাষ্ট্ৰপতি মেকৰণ আৰু তেওঁৰ সহযোগী মন্ত্ৰী জেৰাৰ্ড ডাৰমেইনে বুধবাৰে আঠগৰাকীকৈ চি এফ চি এমৰ নেতাক সাক্ষাৎ কৰে।

সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই ইছলামৰ ৰাজনৈতিকৰণ আৰু বহিৰাগতৰ প্ৰভাৱ নসাৎ কৰি নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে।

আনহাতে, ৰাষ্ট্ৰপতি মেকৰণে শীঘ্ৰে ফ্ৰান্সত ‘ইছলামিক বিচ্ছিন্নতাবাদী’ সকলক চিনাক্ত কৰি নিষিদ্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

মেকৰণে ইছলামক এটা ধৰ্ম হিচাপে উল্লেখ কৰি ফ্ৰান্সৰ নিয়ম অনুসৰিয়ে ইছলাম সকল চলিব লাগিব কোনোধৰণৰ সুকীয়া নিয়ম হ’ব নোৱাৰিব বুলি লগতে কয়।

তদুপৰি, বিদ্যালয়ত অধ্যয়ন কৰি থকা সকলো ছাত্ৰকে ৰাষ্ট্ৰীয় সূচাংক নম্বৰৰ সৈতে সংযুক্ত কৰা হ’ব বুলিও ৰাষ্ট্ৰপতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে।

ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় সূচাংক নম্বৰৰ সৈতে সংযুক্ত নকৰা পৰিয়ালৰ লোক সকলে ছয়মাহ পৰ্যন্ত কাৰাবাস খাটিব লাগিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইছলামক ৰাজনীতিকৰণ কৰিব বিচৰা বিচ্ছন্নতাবাদী শক্তি সমূহৰ পাঁচবছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে লগতে তেওঁলোকৰ নাগৰিকত্বও কাঢ়ি লোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd