• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জেপি মর্গান কাণ্ডত নতুন মোৰ : মহিলা বিষয়াৰ বিৰুদ্ধে যৌ*ন নিৰ্যাতনৰ অভিযোগ মিছা বুলি প্ৰমাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:36 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ বিত্তীয় জগতত বৰ্তমান এক খলকনিৰ সৃষ্টি হৈছে। জেপি মর্গানৰ এগৰাকী শীৰ্ষস্থানীয় মহিলা বিষয়াৰ বিৰুদ্ধে এগৰাকী কনিষ্ঠ পুৰুষ কৰ্মীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জেপি মর্গানৰ কাৰ্যবাহী সঞ্চালক লৰ্না হাজদিনিৰ বিৰুদ্ধে তেওঁৰ সহকৰ্মী চিরায়ু ৰানাই এই গুৰুতৰ অভিযোগ আনিছে। অভিযোগ অনুসৰি লৰ্নাই ৰানাক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ লগতে ড্ৰাগছ খুৱাই নিৰ্যাতন কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে বৰ্ণবিদ্বেষী মন্তব্যও কৰিছিল। চিরায়ু ৰানাই প্ৰথমতে জন ডো ছদ্মনামেৰে আদালতত গোচৰ তৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ পৰিচয় পোহৰলৈ আহে।

চিরায়ু ৰানাই দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে লৰ্নাই তেওঁক ৰোহিপনল আৰু ভায়াগ্ৰাৰ দৰে ঔষধ খাবলৈ বাধ্য কৰাইছিল। কেৱল সিমানেই নহয়, লৰ্নাই ৰানাক ধমকি দিছিল যে যদি তেওঁ লৰ্নাৰ কথা মতে নচলে, তেন্তে তেওঁৰ বাৰ্ষিক বোনাচ কাটি দিয়া হ’ব। ৰানাই জনোৱা মতে এছীয় মূলৰ হোৱা বাবে লৰ্নাই তেওঁক মোৰ সৰু মুগা ল’ৰাটো বুলি সম্বোধন কৰিছিল আৰু অশালীন যৌন ইংগিত দিছিল। ৰানাই অভিযোগ কৰিছিল যে লৰ্নাই তেওঁৰ ফ্লেটত বিনা অনুমতিত সোমাইছিল আৰু তেওঁক যৌন সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰিছিল।

Apply Now

অৱশ্যে এই সমগ্ৰ ঘটনাটোৱে এতিয়া এক বিপৰীত দিশ লৈছে। জেপি মর্গান কৰ্তৃপক্ষই চলোৱা আভ্যন্তৰীণ তদন্তত এই অভিযোগসমূহৰ কোনো সত্যতা বিচাৰি পোৱা নাই। বেংক কৰ্তৃপক্ষই জনোৱা মতে তেওঁলোকে সকলো ফোন কল ৰেকৰ্ড আৰু ইমেইল পৰীক্ষা কৰিছে যদিও লৰ্নাৰ বিৰুদ্ধে তেনে কোনো প্ৰমাণ পোৱা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল লৰ্না হাজদিনি চিরায়ু ৰানাৰ পোনপটীয়া উৰ্ধতম বিষয়া নাছিল। তেওঁলোক দুয়ো একেটা বিভাগতে কাম কৰিছিল যদিও তেওঁলোকৰ মেনেজিং ডিৰেক্টৰ বেলেগ বেলেগ আছিল। ফলস্বৰূপে ৰানাৰ দৰমহা বা বোনাচৰ ওপৰত লৰ্নাৰ কোনো কৰ্তৃত্ব নাছিল, যাৰ বাবে বোনাচ কাটি দিয়াৰ ভাবুকিটো ভিত্তিহীন বুলি প্ৰমাণিত হৈছে।

আনহাতে লৰ্না হাজদিনিয়েও তেওঁৰ অধিবক্তাৰ জৰিয়তে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ স্পষ্টকৈ জনাইছে যে তেওঁ ৰানাৰ সৈতে কোনো অনুচিত আচৰণ কৰা নাই আৰু যিবোৰ ঠাইত এই ঘটনা ঘটা বুলি কোৱা হৈছে সেইবোৰ ঠাইলৈ তেওঁ কেতিয়াও যোৱা নাই। তদন্তৰ পৰা এইটোও জানিব পৰা গৈছে যে ৰানাই বেংকৰ পৰা লাখ লাখ ডলাৰ ক্ষতিপূৰণ বিচাৰিছিল আৰু সেই ধন নাপাইহে তেওঁ এই গোচৰ তৰিছে। আনকি তেওঁ বেংকৰ তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰিবলৈও অস্বীকাৰ কৰিছে। বৰ্তমান এই সমগ্ৰ ঘটনাক লৈ বিত্তীয় মহলত তীব্ৰ চৰ্চা চলিছে আৰু বহুতে ইয়াক ধন আদায়ৰ বাবে ৰচনা কৰা এক নাটক বুলিও সন্দেহ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত নতুন সংযোজন, অন্তৰ্ভুক্ত হ’ল ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ইতিহাস

June 25, 2026 11:18 am
প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

প্ৰকৃতিক ধ্বংসলীলা! ধাৰাবাহিক ভূমিকম্পত কঁপি উঠিল ভেনিজুৱেলা, জৰুৰী অৱস্থা ঘোষণা

June 25, 2026 10:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd