DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰততকৈ আগতে নৱবৰ্ষ উদযাপন কৰিলে কোন বোৰ দেশে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 1, 2022 3:07 pm
2.4k
VIEWS
Share on FacebookShare on Twitter

পুৰণিক বিদায় দি বিশ্ববাসীয়ে আদৰিলে এটা নতুন বছৰক। ২০২০ ক আদৰাৰ বাবে যোৱা নিশা ভাৰতৰ লগতে বিশ্বৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হ’ল বিভিন্ন অনুষ্ঠানৰ।

পৃথিৱীৰ বিভিন্ন স্থানৰ অৱস্থান ভেদে ভিন ভিন সময়ত নৱবৰ্ষক আদৰিলে।
ভাৰততকৈ আগতে নৱবৰ্ষ উদযাপন কৰিলে এইবোৰ দেশে—

অকলেণ্ড, নিউজিলেণ্ড: এই দ্বীপৰাষ্ট্ৰখনে ২০২২ চনৰ নতুন বছৰক ভাৰতীয় সময় অনুসৰি আবেলি ৪:২৫ বজাত স্বাগতম জনাব। অকলেণ্ড হাৰ্বাৰ ব্ৰীজৰ স্কাইটাৱাৰৰ ওপৰত আলোকসজ্জাৰে নৱবৰ্ষক আদৰা হয়।

কামচাটকা, ৰাছিয়া: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:২৫ বজাত এই স্থানৰ বাসিন্দাসকলে নৱবৰ্ষক আদৰণি জনায়।ৰাছিয়াৰ কামচাটকাৰ বাসিন্দাসকল পৃথিৱীৰ প্ৰথম লোকসকলৰ ভিতৰত আছে যিয়ে ২০২২ বৰ্ষক আতচবাজীৰে আদৰণি জনায়।

চিডনী, অষ্ট্ৰেলিয়া: ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:২৫ বজাত, চিডনীয়ে চিডনী হাৰ্বাৰৰ পৰম্পৰাগত নৱবৰ্ষৰ আতচবাজীৰে নতুন বছৰ ২০২২ ক স্বাগতম জনায়।

টকিঅ’, জাপান: নতুন বছৰত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.৩০ বজাত ‘উদীয়মান সূৰ্যৰ ভূমি’ত নতুন দিনৰ সংকেত ধ্বনি বাজি উঠে।

হংকং: ভাৰতীয় সময় অনুসৰি নিশা ৯:২৫ বজাত লাইভ কাউন্টডাউন লাইট শ্বৰে হংকঙত নতুন বছৰ উদযাপন উদযাপন কৰে।

ছিংগাপুৰ: সাৰ্বভৌম দ্বীপ মহানগৰ-ৰাজ্যত নিশা ৯.৩০ বজাত নতুন বছৰ ২০২২ আৰম্ভ হয়।

বেংকক, থাইলেণ্ডঃ ভাৰতীয় সময় মতে নিশা ১০:২৫ বজাত বেংককে আইকন ছিয়ামৰ শীৰ্ষত নৱবৰ্ষৰ আতচবাজীৰে নতুন বছৰ ২০২২ ক স্বাগতম জনায়।

Recent News

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

যমদূত হৈ চেলুনলৈ সোমাই আহিল তীব্ৰ বেগী কাৰ : ভাইৰেল হৈ পৰিছে ভিডিঅ’

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

পাঁচশ ছাত্ৰীৰ মাজত নিজকে অকলে দেখি বেহুচ হ’ল ছাত্ৰ

Adani

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd