• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে নিউজিলেণ্ডৰ শিবিৰত মোক্ষম আঘাত! আঘাত বাবে বাহিৰ এইজন খেলুৱৈ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 2:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত নিউজিলেণ্ডল বাবে আহি পৰিল বেয়া খবৰটো। ছেমি ফাইনেল খেলখনত মেট হেনৰী আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ভাৰতৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত তেওঁক দেখা পোৱা যাব নে নাই সেই লৈ সন্দেহৰ সৃষ্টি হৈছিল। ভবা হৈছিল যে এই পেচাৰজন মেচৰ আগতে ফিট নহ’বও পাৰে। সেই ভয় সঁচালৈ পৰিণত হ’ল। ফাইনেলৰ কমেও এঘণ্টা আগতে মেট হেনৰীয়ে খেলপথাৰ এৰি যোৱাৰ ধৰণত কিৱি অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে।

তাৰ পাছত আহিল ডাঙৰ খবৰটো। ডুবাইত ভাৰতৰ বিৰুদ্ধে মেট হেনৰীয়ে ফাইনেলত খেলা নাই। এঘণ্টা পূৰ্বে মেট হেনৰীক ৱাৰ্মআপৰ সময়ত চকুলো টুকি খেলপথাৰৰ পৰা ওলাই অহা দেখা গৈছিল। সম্প্ৰচাৰক জিঅ’ হটষ্টাৰৰ ক্ৰিকেট বিশেষজ্ঞ আম্বাতি ৰায়ুডুৱেও কয় যে কিৱি পেচাৰগৰাকীয়ে ফাইনেলত খেলা দেখ নাযাব।

Apply Now

ইয়াৰ পিছত স্কাই স্প’ৰ্টছে মেট হেনৰীৰ অনুপস্থিতিৰ খবৰ নিশ্চিত কৰে। নাছেৰ হুছেইন আৰু মাইক আথাৰটনে কয় যে আজি পুৱা হেনৰীয়ে ফিটনেছ টেষ্টত ব্যৰ্থ হয়।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেমি ফাইনেল মেচত হাইনৰিখ ক্লাচেনৰ পৰা কেচ লোৱাৰ সময়তে মেট হেনৰীয়ে সোঁ কান্ধত আঘাত পায়। লগে লগে খেলপথাৰ এৰিব লগা হ’ল। তেতিয়াৰ পৰাই তেওঁ হয়তো ফাইনেলত খেলিব নোৱাৰিব বুলিও চৰ্চা চলিছিল।

উল্লেখ্য যে, চলিত ছিজনত এতিয়ালৈকে সৰ্বাধিক উইকেট দখল কৰিছে মেট হেনৰীয়ে। ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখনত ৪২ ৰানত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব তেওঁৰ আছিল। আনকি ২০২৩ চনৰ পাছত এদিনীয়া ফৰ্মেটত তেওঁৰ সৰ্বাধিক উইকেট আছে। বৰ্তমান তেওঁৰ ৬৫ খন মেচত ১৩৬ টা উইকেট আছে। ফাইনেলত যদি নিউজিলেণ্ডে সঠিক পেচাৰ নাপায় তেন্তে তেওঁলোক যথেষ্ট পিছ পৰি থাকিব বুলি বিশেষজ্ঞসকলে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd