• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

এই নতুন পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰে বছৰি ৭৫৫.৮৩ কোটি টকা আবণ্টন দিছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 7:59 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ এয়া এক ডাঙৰ পদক্ষেপ! জানিব পৰা গৈছে যে এইবাৰ চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি পাব! ঘৰলৈ নৱজাতক আহিলে মুখলৈ চাই বিভিন্ন বস্তু দিয়াৰ পৰম্পৰা সমগ্ৰ দেশতে দেখা যায়। এইবাৰ সেই আৱেগক সন্মান জনাই চৰকাৰে ৰাজ্যৰ নৱজাতকক সোণৰ আঙঠি উপহাৰ দিবলৈ ওলাইছে। প্ৰশাসনৰ এই পদক্ষেপে নিশ্চিতভাৱে সকলোৰে চকু কপালত তুলিছে। অৱশ্যে এই প্ৰকল্পটো তামিলনাডুত আৰম্ভ হ’বলৈ গৈ আছে।

কেইবাটাও ৰাজনৈতিক দলে ক্ষমতালৈ অহাৰ বিভিন্ন প্ৰতিশ্ৰুতি দিছিল। একেদৰে চি জোচেফ বিজয়েও তামিলনাডুৰ একাধিক এনে পদক্ষেপ গ্ৰহণ কৰিছিল। তাৰে এটা আছিল নৱজাতকক সোণৰ আঙঠি দিয়াৰ প্ৰতিশ্ৰুতি, আৰু এইবাৰ ক্ষমতালৈ অহাৰ পিছত তেওঁ সেইটো কাৰ্যকৰী কৰিবলৈ ওলাইছে।

Apply Now

দৰাচলতে তামিলনাডুৰ সংস্কৃতিত নৱজাতকৰ আগমনৰ সময়ত ‘থাইমামান ছিৰ’ বা মোমায়েকৰ ঘৰৰ পৰা বিশেষ উপহাৰ দিয়াৰ পৰম্পৰাগত প্ৰথা আছে। আৰু সেইবাবেই সেই আৱেগক সন্মান জনাই ৰাজ্যৰ প্ৰতিটো নৱজাতকৰ বাবে চৰকাৰে নিজেই ‘মামাৰ ঘৰ’ৰ ভূমিকা পালন কৰিবলৈ ওলাইছে।

জানিব পৰা মতে, তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ‘থিমামান থাংগা মথিৰাম থিত্তম’ বা ‘গোল্ড ৰিং প্ৰজেক্ট’ আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত চৰকাৰী চিকিৎসালয়ত জন্ম লোৱা প্ৰতিটো শিশুক ১ গ্ৰাম মূল্যৰ সোণৰ আঙঠি দিয়া হ’ব, যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ১৩,৬০০ টকা।

জানিব পৰা মতে, ১৫ ছেপ্টেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাইৰ জন্মদিনত মুখ্যমন্ত্ৰী বিজয়ে আনুষ্ঠানিকভাৱে এই প্ৰকল্পটো আৰম্ভ কৰিব।কিন্তু ২২ জুনত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ৰ জন্মদিনৰ পৰাই এই প্ৰকল্প কাৰ্যকৰী হৈ উঠিছে। সূত্ৰ অনুসৰি এই নতুন পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰে বছৰি ৭৫৫.৮৩ কোটি টকা আবণ্টন দিছে।

সূত্ৰসমূহৰ মতে তামিলনাডুত প্ৰতি বছৰে প্ৰায় ৭.৮ লাখ শিশুৰ জন্ম হয়, ইয়াৰে প্ৰায় ৫৩ শতাংশ শিশুৰ প্ৰসৱ চৰকাৰী চিকিৎসালয়ত হয়। ইফালে ব্যক্তিগত চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ গড় খৰচ প্ৰায় ৬৩,৪৭৩ টকা, আনহাতে চৰকাৰী চিকিৎসালয়ত মাত্ৰ ১,৩৬৪ টকা।

সেয়ে মাতৃত্বক সন্মান জনাই চৰকাৰে উপহাৰ হিচাপে দিছে সোণ। এই কথা কেৱল প্ৰথম সন্তানৰ বাবেই নহয়, পৰৱৰ্তী সন্তানৰ বাবেও প্ৰযোজ্য হ’ব। অৱশ্যে ইয়াৰ বাবে তামিলনাডুত বাস কৰাৰ প্ৰমাণ দাখিল কৰিব লাগিব। লগতে ৰেচন কাৰ্ড, ভোটাৰ আইডি, আধাৰ কাৰ্ড, লেবাৰ ৱেলফেয়াৰ বৰ্ড আইডি, ডাকঘৰৰ ঠিকনা প্ৰমাণ ব্যৱহাৰ কৰিব পাৰিব বুলিও খবৰ পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

ৰথযাত্ৰাত বৃহৎ অঘটন! পুৰীত ভিৰৰ হেঁচাত পদপিষ্ট সদৃশ ঘটনা; এজনৰ মৃত্যু, ১২০ জন অসুস্থ

July 16, 2026 6:21 pm
হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd