• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমবাৰীত নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিপুল সম্বৰ্ধনা

দিল্লীত অসম আৰু আসমীয়াৰ স্বাৰ্থত মাত মাতি যাম : বৈশ্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 1, 2019 2:54 pm
WhatsApp Image 2019-06-01 at 2.25.23 PM

অগপৰ মুখ্য কাৰ্য্যালয়ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

অগপৰ কেন্দ্ৰীয় সমিতিৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাধাৰণ সম্পাদক ডা০ কমলা কলিতাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। এডাল ফুলৰ বৰমালা, জাপি আৰু স্মাৰকপত্ৰৰে কেন্দ্ৰীয় সমিতিয়ে বৈশ্যক সম্বৰ্ধনা জনায় ।

Apply Now

তাৰোপৰি, অসম যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ আৰু জিলা সমিতি সমূহেও নৱ নিৰ্বাচিত সাংসদ গৰাকীক সম্বৰ্ধনা জনায়।

আনহাতে, সম্বৰ্ধনা গ্ৰহণ কৰি বৈশ্যই তেওঁ সাংসদ হোৱাৰ আঁৰত সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে দলৰ অন্যান্য দলীয় সদস্যসকলৰ কষ্ট জৰিত হৈ থকা বুলি কয়। বিজেপি দলকো তেওঁ সহায় আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ আৰু কয় “অগপৰ  জন্ম লগ্নৰে পৰা মই আছো আৰু দলৰ হৈ ভৱিষ্যতেও কাম কৰি যাম’’। লগতে তেওঁ সংসদত সদায়  অসমৰ স্বাৰ্থৰ বাবে মাত মাতি যাব বুলি উল্লেখ কৰি দলৰ নীতি আদৰ্শ সদায় মানিলৈ দলে তেওঁক যি নিৰ্দেশ দিয়ে সেই মতেই কাম কৰি যাব বুলিও কয়।

দিল্লীত অসমৰ বলিষ্ঠ কণ্ঠ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই নতুন দিল্লীত অসম গণ পৰিষদৰ এটা কাৰ্য্যালয় খোলাৰ বাবেও সভাপতি অতুল বৰাৰ পাৰ ভাষণৰ মাজতে অনুমতি বিচাৰে।

বৈশ্যই ৰাজ্যসভাৰ সাংসদ হলেও তেওঁ নিমিত্তহে মাত্ৰ বুলি মন্তব্য কৰি সদায় দলৰ হকে কাম কৰাৰ বাবে দলীয় নেতৃত্বই তেওঁক স্বীকৃতি দিছে বুলি কয়।

উল্লেখযোগ্য যে, ১৯৯৬ চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা আৰু ২০০৮ চনত ৰাজ্যসভালৈ মনোনীত হোৱা বৈশ্যৰ সংসদীয় ৰাজনীতিত এয়া তৃতীয় বৰ্ণাঢ্য অভিষেক।

তদুপৰি, তদানীন্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱগৌৰা  আৰু  ইন্দৰ কুমাৰ গুজৰাল নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তীখা আৰু খনি দপ্তৰৰ কেবিনেট মন্ত্ৰী আছিল তেওঁ।

তাৎপৰ্যপূৰ্ণভাৱে ২০২০ চনত  টকিঅ’ অলিম্পিকলৈ ভাৰতীয় দলৰ ‘চিফ দ্য মিছন’ হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd