• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূব সীমান্ত ৰে’লৱে বিলুপ্ত কৰিলে প্ৰহৰী বিহীন লেভেল ক্ৰছিং

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 10:50 am
rail-gate

প্ৰতিনিধিত্বমূলক ফটো

281
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেই সুৰক্ষাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি যোৱা ১২ ছেপ্টেম্বৰৰ পৰা সকলোবোৰ প্ৰহৰী বিহীন লেভেল ক্ৰছিঙৰ বিলুপ্তি ঘটায়। চলিত বছৰৰ ১ এপ্ৰিলত সৰ্বমুঠ ১৫১খন প্ৰহৰী বিহীন লেভেল ক্ৰছিঙৰ বিলুপ্তিৰ পৰিকল্পনা কৰা হৈছিল। সেই পৰিকল্পনা অনুসৰি এতিয়া ১৫১খন প্ৰহৰী বিহীন লেভেল ক্ৰছিঙৰ বিলুপ্তি ঘটোৱা হৈছে।

উক্ত ১৫১খনৰ ভিতৰত ১৩৬খন প্ৰহৰী বিহীন লেভেল ক্ৰছিং গে’টত প্ৰহৰী নিযুক্তি দিয়া হৈছে আৰু ১০খন প্ৰহৰী বিহীন লেভেল ক্ৰছিং গে’ট ৰ’ড অ’ভাৰব্ৰীজৰ দ্বাৰা বিলুপ্তি ঘটোৱা হয়। আনহাতে,  বাকী ৫ খন প্ৰহৰী বিহীন লেভেল ক্ৰছিং গে’ট প্ৰত্যক্ষভাৱে বন্ধ কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে আগন্তুক বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ৰে’ল বিভাগৰ অধীনৰ সকলো মণ্ডলৰ প্ৰহৰীবিহীন লেভেল ক্ৰছিং গে’ট বিলুপ্ত কৰাৰ নিৰ্দেশ দিছিল। এইক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে বুধবাৰে এই বিশেষ লক্ষ্যত উপনীত হয়।

প্ৰহৰীবিহীন লেভেল ক্ৰছিংসমূহ ভাৰতীয় ৰে’লৱেৰ সুৰক্ষাৰ দিশত আটাইতকৈ দুৰ্বল ৭এত্ৰ হিচাপে পৰিগণিত হৈ আহিছে। কিয়নো এই ক্ৰছিংসমূহত পথচাৰীৰ অসতৰ্কতাৰ বাবে বৃহৎসংখ্যক দুৰ্ঘটনা সংঘটিত হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰহৰীবিহীন লেভেল ক্ৰছিং গে’টসমূহ বিলুপ্ত কৰাৰ  লক্ষ্য নিৰ্ধাৰণ কৰি এক অভিযানৰ জৰিয়তে ক্ষিপ্ৰতাৰে ইয়াক সম্পূৰ্ণ কৰি তুলিলে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd