DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’ল বিভাগৰ সজাগতা : ৰচিদ নিদিয়া খাদ্য “ফ্ৰী” বুলি দাবী কৰক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 25, 2019 5:22 pm
Rail_Video

প্ৰতিনিধিত্বমূলক ছবি।

784
VIEWS
Share on FacebookShare on Twitter

ৰে’লত বা প্লেটফৰ্মত খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানবোৰে যদি যাত্ৰীয়ে খাদ্য ক্ৰয় কৰা সময়ত ৰচিদ নিদিয়ে, তেন্তে যাত্ৰীজনে সেই খাদ্য “ফ্ৰী” বুলি গণ্য কৰিব পাৰিব। ৰে’লবিভাগে ইয়াৰ  যাত্ৰীসকলক এই বিশেষাধিকাৰ দি সজাগতামূলক প্ৰচাৰ চলোৱা দেখা গৈছে।

ৰে’ল বিভাগে আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বেই এই “ৰচিদ নিদিয়া খাদ্য ফ্ৰী” নীতি গ্ৰহণ কৰিছিল যদিও ৰে’লযাত্ৰীৰ সজাগতা নথকা বাবে এতিয়াও প্লেটফৰ্মবোৰত খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানবোৰে ৰচিদ নিদিয়াকৈ খাদ্য বিক্ৰী কৰি আহিছে। ইয়াৰ জৰিয়তে জি এছ টি ফাঁকিৰ দৰে অনিয়ম সংঘটিত হৈ থকাত চৰকাৰে বহু পৰিমাণৰ ৰাজহ হেৰুৱায়।

A short video clip in Assamese has been launched for creating awareness among the travelling public for "IF NO BILL,THEN FOOD IS FREE" campaign on Rangiya Divn.The video is originally created by DCA, Mumbai, Central Railway. Recently Hon'ble MR also re-tweeted this video.@gm_nfr pic.twitter.com/rxJguojjVK

— drm rangiya (@DRM_RNY) July 25, 2019

সময়ৰ অভাৱত যাত্ৰীসকলে কৰা খৰখেদাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানবোৰে।

অসমৰো ৰে’লযাত্ৰীসকলৰ মাজত যাতে এই নীতিৰ ভালদৰে প্ৰচাৰ হয়, তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেইৰ ৰঙিয়া ডিভিশ্যনে অসমীয়া ভাষাতে “IF NO BILL,THEN FOOD IS FREE” শীৰ্ষক এটা চুটি ভিডিঅ’ প্ৰচাৰ কৰিছে। অসমীয়ালৈ ডাবিং কৰা মূল ভিডিঅ’টো মধ্য ৰে’লে প্ৰস্তুত কৰা।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd