• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ RPF কনিষ্টবলে বচালে এগৰাকী বৃদ্ধৰ জীৱন

এন ই নাও নিউজ, ডিব্ৰুগড় by এন ই নাও নিউজ, ডিব্ৰুগড়
December 13, 2021 10:50 am
WhatsApp Image 2021-12-13 at 10.02.21 AM

ঘটনাটোৰ চিচিটিভি ফুটেজ।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ৰে’লৱে সুৰক্ষা বাহিনী (RPF)ৰ জোৱানে তিনিচুকীয়াত এগৰাকী বৃদ্ধক এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে।

তিনিচুকীয়া ডিভিজনৰ আৰপিএফৰ হেড কনিষ্টবল এ বি শিকদাৰে কৰ্তব্যৰ সময়ত এক দুৰ্দান্ত সাহত তথা তৎপৰতাৰ পৰিচয় দি তিনিচুকীয়া ৰে’ল ষ্টেশ্যনত ১৫৬০৩ গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছত উঠা-নমা কৰাৰ সময়ত এগৰাকী বৃদ্ধৰ জীৱন ৰক্ষা কৰে।

যোৱা ১১ ডিচেম্বৰত চিনিচুকীয়া ৰে’ল ষ্টেশ্যনৰ ২ নম্বৰ প্লেটফৰ্মত এই ঘটনাটো সংঘটিত হয়।

Apply Now

বৃদ্ধ মানুহগৰাকীয়ে তেওঁ পাহৰি যোৱা টোপোলা আনিবলৈ চলন্ত ৰে’লত উঠিবলৈ চেষ্টা কৰাৰ সময়তে দুৰ্ঘটনাটো ঘটিবলৈ লৈছিল।

Also Read: Miss Universe 2021:২১ বছৰ প্ৰতীক্ষাৰ অৱসান! ভাৰতৰ হাৰনাজ সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

এইদৰে চেষ্টা কৰাৰ সময়তে তেওঁ পিচল খাইছিল আৰু কিছুদূৰলৈ ৰে’লখনৰ সৈতে চুচুৰি গৈছিল।

এই দৃশ্য দেখা পাই হেড কনিষ্টবল এ বি শিকদাৰে তাক্ষণিকভাৱে দৌৰি গৈ তেওঁক ঠেলি পেলাই দিয়ে আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা বৃদ্ধগৰাকীৰ জীৱন ৰক্ষা কৰে।

এই গোটেই ঘটনাটোত দেখা পোৱা দৃষ্টান্তমূলক সাহসিকতাই সকলোকে অনুপ্ৰাণিত কৰে যদিও চিচিটিভি কেমেৰাত ঘটনাটো সঠিকভাৱে ধৰা নপৰিল কিয়নো ঘটনাটো কেমেৰাৰ তলতেই ঘটিছিল যাৰবাবে আংশিকভাৱে সেয়া ধৰা পৰিল। তাতেই অৱশ্যে তেওঁৰ কৰ্তব্য তৎপৰতা তথা সাহসিকতাৰ দুৰ্দান্ত কাৰ্য স্পষ্টভাৱে ধৰা পৰে।

Also Read:Vladimir Putin: অভাৱত পৰি টেক্সি চলাইছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে

যাত্ৰীসকলক চলন্ত ৰে’লত উঠা-নমা নকৰিবলৈ অনুৰোধ কৰা হৈছে কিয়নো ই জীৱনৰ বাবে বিপদ কঢ়িয়াই আনিব পাৰে। 

এন ই নাও নিউজ, ডিব্ৰুগড়

এন ই নাও নিউজ, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd