• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

NF ৰে’লৱেই ৮০খনৰ অধিক ট্ৰেইনেৰে বাহিৰত থকা উত্তৰ-পূবৰ ১,২৫,০০০ লোকক ওভতাই আনিছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 6, 2020 5:19 pm

1 min read

NF ৰে’লৱেই ৮০খনৰ অধিক ট্ৰেইনেৰে বাহিৰত থকা উত্তৰ-পূবৰ ১,২৫,০০০ লোকক ওভতাই আনিছে

প্ৰতিনিধিত্বমূলক ছবি

1.4k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৮০খনতকৈ অধিক শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে বহিঃ ৰাজ্যত থকা উত্তৰ-পূবৰ প্ৰায় ১,২৫,০০০ লোকক নিজ ঠাইলৈ ঘূৰাই আনিছে।

উত্তৰ-পূব ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া শুভনন চাণ্ডে এই কথা জানিবলৈ দিয়ে।

’দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা উত্তৰ-পূবৰ ১৩,০০০তকৈ অধিক লোকক শীঘ্ৰে এনে আৰু ১০খন শ্ৰমিক স্পেচিয়েল ট্ৰেইনত লৈ অনা হ’ব।‘ তেওঁ কয়।

আনহাতে বিষয়া গৰাকীয়ে জনোৱা মতে উত্তৰ-পূবত আবদ্ধ হৈ থকা বাহিৰৰ লোকসকলকো তেওঁলোকৰ নিজা ৰাজ্যলৈ ওভতাই নিবৰ বাবে NF ৰে’লৱেৰ অধীনত ২৬খন শ্ৰমিক স্পেচিয়েল ট্ৰেইন আৰম্ভ কৰা হৈছে।

মেঘালয় আৰু ছিকিমক বাদ দি উত্তৰ-পূবৰ ৬খন ৰাজ্যৰ লগতে পশ্চিম বংগৰ ৭খন জিলা আৰু বিহাৰৰ ৫খন জিলাত NF ৰে’লৱেৰ অধীনত ট্ৰেইন চলে।

শুভনন চাণ্ডে জনাই যে পশ্চিম বংগ আৰু বিহাৰৰ উত্তৰ-পূব ৰে’লৱেৰ পৰিক্ষেত্ৰত ৪০০তকৈ অধিক শ্ৰমিক ট্ৰেইনৰ জৰিয়তে ৫.২৫ লাখ লোকক নিজ নিজ ঠাইলৈ লৈ যোৱা হৈছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd