• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰে’ল টিকট পৰীক্ষকলৈ হেণ্ড হেল্ড টাৰ্মিনেল যোগান তিনিচুকীয়া ৰে’ল মণ্ডলৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 18, 2018 8:06 pm

2 min read

NFR_0

প্ৰতিনিধিত্বমূলক ফটো

768
VIEWS
Share on FacebookShare on Twitter

উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলে আজি ১৮ ডিচেম্বৰ মঙলবাৰে ৰে’লগাড়ীৰ ভিতৰত কৰ্তব্যৰত ৰে’ল টিকট পৰীক্ষকসকলৈ হেণ্ড হেল্ড টাৰ্মিনেল যোগান ধৰিছে।

উল্লেখ্য যে ভাৰতীয় ৰে’লে চলন্ত গাড়ীত টিকট পৰীক্ষাৰ ক্ষেত্ৰত অধিত স্বচ্চতা অনাৰ বাবে এই হেণ্ড হেল্ড টাৰ্মিনেল ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিবলগীয়া ১২৪২৩ ৰাজধানী এক্সপ্ৰেছৰ টিকট পৰীক্ষকসকলক প্ৰথমে এই এই হেণ্ড হেল্ড টাৰ্মিনেল প্ৰদান কৰা হ’ব। এটা ছেটত প্ৰায় ২৫,০০০ টকা ব্যয়সাপেক্ষ এই টেবলেটটোৰ সহায়ত টিকট পৰীক্ষকসকলে জিপিআৰএছৰ সহায়ত ৰীয়েল সময়ৰ যাত্ৰী সংৰক্ষণ ব্যৱস্থাৰ তথ্য অৱগত হ’ব পাৰিব আৰু আসনৰ বাবে অপেক্ষাৰত যাত্ৰীক পৰৱৰ্তী ষ্টেশ্যনত খালী আসন আৱণ্টন দিব পাৰিব।

ইয়াৰ ফলত আৰএচি আৰু ৱেটিং লিষ্টত যাত্ৰা কৰা যাত্ৰীসকলে নিশ্চিত আসন লাব কৰাত সহায়ক হ’ব বুলি এনএফ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণব জ্যোতি শৰ্মাই জনাইছে।

ইয়ে ৰে’লযাত্ৰ অধিক আৰামদায়ক আৰু জঞ্জাল-বিহীন কৰি তুলিব। এই হেণ্ড হেল্ড টাৰ্মিনেলৰ পৰা আৱ্টন দিয়া অসনৰ তথ্য এই হেণ্ড হেল্ড টাৰ্মিনেল এপ্লিকেশ্যন ছাৰ্ভাৰলৈ প্ৰেৰণ কৰা হ’ব আৰু ইয়াক পিআৰএছ টাৰ্মিনেল আৰু ৱেবছাইটৰ জৰিয়তে চাব পৰা হ’ব লগতে ৱেটিংলিষ্টত থকা যাত্ৰীৰ তথ্য কোচিং ৰিফাণ্ড ছিষ্টেমলৈ প্ৰেৰণ কৰা হ’ব।

ইয়াৰ ফলত মেনুৱেল একচেপশ্যন ডাটা ৰিপ’ৰ্টৰ প্ৰস্তুতি পৰ্ব লুপ্ত হ’বদ্ৰুতভাৱে ৰিফাণ্ড লাব কৰিব। এইটো আহিলাত যাত্ৰীৰ অকুপেঞ্চি চাৰ্ট চাব পৰা যাব। ইয়ে কোনো যাত্ৰীয়ে ৰেলযাত্ৰা কৰিব নোৱাৰিলে অথবা তালিকাখন প্ৰস্তুতিৰ পূৰ্বে কেঞ্চেল কৰিলে ইয়াক উপযোগ কৰাত ৰে’লৱেক সহায় কৰিব।

এই পদক্ষেপটো পৰিৱেশ বান্ধৱ হ’ব আৰু ইয়ে টন টন কাগজ অপব্যয় কৰা আৰু প্ৰতিটো ষ্টেশ্যনতে তালিকা মানুহক নিয়োজিত কৰাৰ পৰা ৰে’লৱেক সকাহ দিব।ইয়াৰ ফলত চলন্ত ৰে’লৰ পৰা পৰৱৰ্তী চাম টিকট পৰীক্ষকক হাতেৰে ছপা তালিকা দিয়া দিয়া ব্যৱস্থাটোও নোহোৱা হ’ব।

এই হেণ্ড হেল্ড টাৰ্মিনেলৰ বৈশিষ্টসমূহ হৈছে (১) ই জিপিআৰএছৰ দ্বাৰা উৎসৰ আৰু বৰ্তমানৰ তালিকা ডাউনলোড কৰিব পাৰে (২) ই দূৰত থকা ৰে’লগাড়ীৰ তালিকাও জিপিআৰএছৰ জৰিয়তে ডাউনল’ড কৰিব পাৰে, (৩) তালিকাকৰণৰ পাছত কেঞ্চেল কৰা যাত্ৰীৰ তালিকা প্ৰস্থান সময়ৰ পৰা প্ৰতি ঘণ্টাত ডাউনল’ড কৰিব পাৰে (৪) যিকোনো ডবাতেই ই যাত্ৰীৰ উপস্থিতি চিহ্নিত কৰিব পাৰে (৫) ষ্টেটাছ আপগ্ৰেড, ক্লাছ আপগ্ৰেড/ডাউনগ্ৰেড আৰু বাৰ্থ সলনি কৰিব পাৰে (৬) এই আহিলাটোৱে যাত্ৰীৰ কাগজৰ সংৰক্ষণ তালিকা ব্যৱস্থাৰ অৱসান ঘটাব যাত্ৰীসকলৰ ইলেক্ট্ৰনিক সংৰক্ষণ তালিকা প্ৰৱৰ্তন কৰিব।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd