• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়া পৰা অধিক সুৰক্ষিত হ’ব ৰে’লৱেৰ যাত্ৰা : উঃপূঃ সীমান্ত ৰ’লৱেৰ স্থাপন কৰিলে এইচএবিডি পদ্ধিত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2021 7:22 am
Pass-spl-train1-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’ল পৰিচালনত সুৰক্ষা অধিক উন্নতকৰণৰ অৰ্থে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই আৰু এটি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

অলপতে গুৱাহাটী কোচিং ডিপোই গুৱাহাটী ৰে’লৱে ষ্টেচনৰ গতিপথৰ নামনি আৰু উজনি উভয় দিশতে হট এক্সেল বক্সৰ ক্ৰুটি ধৰা পেলোৱাত মানুহৰ বিফলতা কম কৰাৰ বাবে চাৰিটা অটোমেটিক হট এক্সেল বক্স ডিটেকচন চিন্টেম (এইচএবিডি) স্থাপন কৰিছে।

Apply Now

উল্লেখ্য যে ৰে’লৰ ডবা আৰু চলাচলৰ সময়ত অবিৰতভাবে চলি থকাৰ বাবে বিয়াৰিঙত হোৱা বিভিন্ন ধৰণৰ ভ্ৰুটিৰ বাবে হট এক্সেল বক্সৰ তাপমান বৃদ্ধি হয়। যদি সেই তাপমান ধৰা পেলোৱা নাযায়, তেনেহ’লে বিয়াৰিঙৰ তাপমান ক্ৰমাম্বয়ে বাঢ়ি জ্বলি গৈ পথচ্যুত অথবা তীৱ গতি বেগত চলাচল কৰা ৰে’লগাড়ী এখনৰ ডাঙৰ দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে।

বৰ্তমান সমগ্ৰ দেশতে সমস্ত গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত হট এক্সেল বক্স মানুহৰ দ্বাৰা নিৰীক্ষণ কৰা হয়। কিন্তু এতিয়াৰে পৰা উত্ত পূৱ সীমান্ত ৰে’লৱেৰ উজনি আৰু নামনি ৰে’লপথত মানুহৰ দ্বাৰা নিৰক্ষীণ নকৰি হট এক্সেল বক্স স্বয়ংক্ৰিয়ভাৱে নিৰক্ষীণ কৰা হ’ব বুলি এক বিবৃতিৰ যোগে ৰে’লৱেই জনাইছে।

অটোমেটিক হট এক্সেল বক্সসমূহত নিম্নলিখিত বৈশিষ্ট্য আৰু সুবিধা উপলব্ধ আছে—

  • এইচএবিডি পদ্ধতিয়ে ৰ’লিং ষ্টকৰ যেনেঃ ডবা, ৱাগন, ৰে’ল ইঞ্জিন আদি সমস্ত অংশৰে তাপমান জুখিব পাৰিব।
  • যদিহে নিৰ্ধাৰিত সীমাতকৈ অধিক তাপমান দেখা যায় তেনেহ’লে এইচএবিডিয়ে এছএমএছ, ইমেইল আৰু এন্ড্ৰয়ড্‌ এপৰ যোগে সংশ্লিষ্ট সকলো পক্ষলৈ বহু সংখ্যক সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিব পৰাকৈ ইয়াক প্রস্তুত কৰি উলিওৱা হৈছে।

 

  • যিহেতু গুৱাহাটী ৰে’লৱে ষ্টেচনৰ উভয় দিশত এই চিন্টেমটো স্থাপন কৰা হৈছে, ই সমস্ত এক্সেল বক্সৰ তাপমান জুখি উলিয়াব আৰু এক্সেল বক্সৰ তাপমানত যদি কোনোধৰণৰ অস্বাভাৱিকতা দেখা পায় তেনেহলে ততালিকে কৰ্তব্যৰত জ্যেষ্ঠ খণ্ড অভিযন্তাক অৱগত কৰিব।
  • হট এক্সেল বক্সৰ আগতীয়া পৰীক্ষণে ষ্টেচনত ৰৈ থকা ট্ৰেনৰ ৰাখি থোৱাৰ সময় হ্ৰাস কৰিব।

 

  • এই পদ্ধতিটোৱে প্রতি ঘন্টাত ১৬০ কিলোমিটাৰ গতিবেগ পৰ্যন্ত চলাচল কৰা ৰ’লিং ষ্টকৰ তাপমান জুখিবলৈ সক্ষম আনহাতে বিভিন্ন শ্ৰেণীৰ ৰ’লিং ষ্টক পৃথকে চিহ্নিত কৰিবলৈও সক্ষম।
  • এই পৃদ্ধতিটো জিএছএমৰ জৰিয়তে চাৰ্ভাৰ সৈতে সংযোজিত কৰা আছে আৰু বিদ্যুৎ ব্যাহত হোৱাৰ সময়তো ৮ ঘন্টা পৰ্যন্ত কাৰ্যক্ষম হৈ থাকে।

 

  • এই পদ্ধতিটো এক স্বয়ংক্ৰিয় পদ্ধতি, সেইবাবে যিকোনো মানৱসৃষ্ট ভুলৰ অৱকাশ ইয়াৰ নাই।

উত্তৰ পুব সীমান্ত ৰে’লৱেই কামাখ্যা আৰু নিউ বঙাইগাঁও ষ্টেচনত ইতিমধ্যে এই অটোমেটিক হট এক্সেল ডিটেকচন চিন্টেম স্থাপন কৰি ৰে’ল পৰিচালনত সুৰক্ষা বৃদ্ধি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

ইণ্ডিয়া মিত্ৰজোঁটক সাক্ষাৎ নকৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে! আইনী পথত আগবাঢ়ি যোৱাৰ পৰামৰ্শ

October 12, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd