• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ পৰা আলিপুৰদুৱাৰলৈ উত্তৰ-পূব সীমান্ত ৰেইলৱেই চলাব বিশেষ যাত্ৰীবাহী ৰেইল

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2019 7:54 am
Special-train-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যাত্ৰীৰ ভিৰলৈ লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰেইলৱেই ডিব্ৰুগড়ৰ পৰা আলিপুৰদুৱাৰলৈ এখন বিশেষ ৰেইল চলোৱাৰ সিদ্ধান্ত লৈছে।

অহা ২৮ নৱেম্বৰৰ পৰা ০৫৯১৮ নম্বৰৰ ৰেইলখনৰ ডিব্ৰুগড়ৰ পৰা চলাচল আৰম্ভ হ’ব আৰু অহা ১ ডিচেম্বৰৰ পৰা ০৫৯১৭ নম্বৰৰ ৰেইলখনৰ আলিপুৰদুৱাৰৰ পৰা যাত্ৰা আৰম্ভ হ’ব। উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ মহাপ্ৰৱন্ধকে (অপাৰেশ্যন) এইকথা জানিবলৈ দিছে।

Apply Now

ডিব্ৰুগড় আৰু আলিপুৰদুৱাৰৰ মাজত বিশেষ ৰেইলখনে (০৫৯১৮/০৫৯১৭) গোলকগঞ্জ জংচন আৰু নিউ কোচবেহাৰ হৈ চলাচল কৰিব।

অহা ২৮ নৱেম্বৰত বিশেষ ৰেইলখনে ৰাতিপুৱা ৭বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিব।

ৰেইলখন বহুকেইটা ষ্টেশ্যনত ৰ’ব যাতে ৰেইলৰ যাত্ৰীসমূহে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

ৰেইলখন নিউ তিনিচুকীয়া পাব পুৱা ৭.৪৫বজাত, দুলীয়াজান পাব ৮.৩০বজাত, নাহৰকটীয়া পাব ৮.৪১বজাত, নামৰূপ পাব ৮.৫৬বজাত, ভজো পাব ৯.৩০বজাত, শিমলুগুৰি পাব ১০.০৩বজাত, আমগুৰি পাব ১০.৩০বজাত আৰু ১১.৩৫ বজাত আহি মৰিয়নি পাব।

সেইদৰে ৰেইলখন ফৰকাটিং জংচন পাব দুপৰীয়া ১২.৩০বজাত, ডিমাপুৰ পাব ২.০৫বজাত, ডিফু পাব ২.৫৫বজাত, লামডিং পাব ৩.৩০বজাত, লংকা পাব ৪.১০বজাত, হোজাই ৪.৩০বজাত আৰু সন্ধিয়া ৫.০৫বজাত আহি কামপুৰ পাবহি।

ৰেইলখনে সন্ধিয়া ৫.২৮বজাত চাপৰমুখ ষ্টেশ্যন পাবহি আৰু ৭.৩০ বজাত আহি গুৱাহাটীত উপস্থিত হ’ব।

গধূলি ৭.৫০বজাত ৰেইলখন গুৱাহাটী ষ্টেশ্যন এৰিব আৰু কামাখ্যা পাব ৮.০৫বজাত, চাংসাৰি পাব ৮.৩৮বজাত, ৰঙিয়া পাব ৯বজাত আৰু বৰপেটা ৰোডত নিশা ১০.১০বজাত উপস্থিত হ’ব।

নিশা ১১.৫০বজাত ৰেইলখন নিউ বঙাইগাওঁ ষ্টেশ্যন পাব আৰু ১২.৩৫বজাত কোকৰাঝাৰত উপস্থিত হ’ব।

সেইদৰে ৰেইলখনে ফকিৰাগ্ৰাম পাব নিশা ১বজাত, ছাপটগ্ৰাম পাব ১.১৫বজাত, গোলকগঞ্জ পাব ২.১৫বজাত আৰু ২৯ তাৰিখে পুৱতি নিশা ৪বজাত ধুবুৰী পাব, ৭বজাত পাব কোচবেহাৰ আৰু অৱশেষত পুৱা ৮.৩০বজাত আলিপুৰদুৱাৰ পাব।

ৰেইলখনত দুটা বাতানুকুল-৩ টায়াৰ ডবা, ১০টা শয়ন শ্ৰেণীৰ ডবা, ৩টা সাধাৰণ ডবা আৰু দুটা SLR/D ডবা থাকিব বুলি উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ মহাপ্ৰৱন্ধক (অপাৰেশ্যন) গৰাকীয়ে জানিবলৈ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd