• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 24, 2021 7:33 pm
FB_IMG_1611484341539
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সহায়-The Helping Hand নামৰ মাৰ্ঘেৰিটা নৱপ্ৰজন্মৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি মাৰ্ঘেৰিটাৰ আলুবাৰীৰ ৰাজখোৱা পথাৰত চাফাই অভিযান চলায়।

অলপতে ৰাজখোৱা পথাৰত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ অনুষ্ঠিত হৈছিল ফলত সেই ঠাইডোখৰত যথেষ্ট আৱৰ্জনা আদি জমা হৈছিল।

Apply Now

আজি সহায়-The Helping Hand নামৰ মাৰ্ঘেৰিটাৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতী সকলৰ ঐক্যবদ্ধ ভাৱে গঠন হোৱা স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজখোৱা পথাৰত উপস্থিত হৈ  স্থানীয় ৰাইজৰ সহযোগত ঠাইডোখৰ স্বচ্ছতা বাবে ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে ভোগালী বিহু উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

অন্যহাতে স্থানীয় ৰাইজৰ অভিযোগ ভোগালী উৎসৱ উদযাপন কৰা উদোগতা সকলে পথাৰখনত বিশেষ ভাৱে পৰিস্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।

ফলত ধান খেতিৰ বাবে বিখ্যাত পথাৰ খন অপৰিস্কাৰ হৈ পৰে।

আজি স্থানীয় নৱপ্ৰজন্মৰ ঐক্যবদ্ধ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে এইদৰে ৰাজখোৱা পথাৰ পৰিস্কাৰৰ বাবে আগবাঢ়ি অহাৰ বাবে স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm
দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd