• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰুণাচলত পৰিৱেশ ধ্বংস কৰি পথ নিৰ্মাণ! ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কঠোৰ স্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2026 8:16 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ পৰিৱেশ-সংবেদনশীল জলচ্ছেদ অঞ্চলত অনিয়ন্ত্ৰিত পথ নিৰ্মাণৰ অভিযোগক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে। যোৱা ২২ এপ্ৰিলত এখন স্থানীয় সংবাদ পত্ৰত প্ৰকাশিত এক প্ৰতিবেদনৰ ভিত্তিত এন.জি.টি.-ৰ কলকাতা বিচাৰপীঠে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

ন্যায়াধীশ অৰুণ কুমাৰ ত্যাগী আৰু বিশেষজ্ঞ সদস্য ড০ আফ্ৰোজ আহমেদৰ গঠিত বিচাৰপীঠখনে উক্ত বাতৰিটো পৰীক্ষা কৰি উদ্বেগ প্ৰকাশ কৰে। বাতৰিটোত অভিযোগ কৰা হৈছিল যে কোনো ধৰণৰ পৰিৱেশগত সুৰক্ষা অবিহনেই গংগা-টাইপু আৰু গংগা-টাগোৰ মাজৰ স্পৰ্শকাতৰ অঞ্চলত পথ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে।

Apply Now

এই অভিযোগৰ গুৰুত্ব উপলব্ধি কৰি ন্যায়াধিকৰণে কয় যে বিষয়টোৰ ফলপ্ৰসূ বিচাৰৰ বাবে অৰুণাচল চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মুখ্য সচিব তথা গড়কাপ্তানি বিভাগৰ সচিব আৰু আয়ুক্তৰ উপস্থিতি অনিবাৰ্য। সেই অনুসৰি, এই দুয়োটা বিভাগক বিচাৰ প্ৰক্ৰিয়াত উত্তৰদাতা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ন্যায়াধিকৰণে সকলো প্ৰতিবাদীক এমাহৰ ভিতৰত তেওঁলোকৰ শপতনামা তথা উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

ইফালে, এছ.ডি. লোদা আৰু তেচি টাটে গোচৰটোত সহ-আবেদনকাৰী হিচাপে অন্তৰ্ভুক্ত হ’বলৈ জনোৱা আবেদনৰ সন্দৰ্ভত বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে যিহেতু এই আদালতে গোচৰটো নিজাববীয়াকৈ ৰুজু কৰিছে, গতিকে ইয়াত সহ-আবেদনকাৰীৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰি। অৱশ্যে, ন্যায়াধিকৰণে তেওঁলোকক শুনানিৰ সময়ত প্ৰাসংগিক তথ্য দাখিল আৰু মৌখিক যুক্তি প্ৰদৰ্শনৰ জৰিয়তে আদালতক সহায় কৰিবলৈ অনুমতি প্ৰদান কৰিছে। আৰু অহা ২৭ মাৰ্চত এই বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

উল্লেখ্য যে, এই নিৰ্মাণ কাৰ্যই স্থানীয় বাসিন্দা আৰু পৰিৱেশবিদসকলৰ মাজত তীব্ৰ শংকাৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে যে বিধিবদ্ধ অনুমোদন অবিহনে এনেদৰে পাহাৰীয়া অঞ্চলত নিৰ্মাণ কাৰ্য চলি থাকিলে ভূমিস্খলন হোৱাৰ লগতে প্ৰাকৃতিক জলপ্ৰবাহত বাধাৰ সৃষ্টি হ’ব, যাৰ ফলত দীর্ঘম্যাদী পৰিৱেশগত ক্ষতি হোৱাটো নিশ্চিত। লগতে পাপুম পাৰেৰ দৰে পৰিৱেশগতভাৱে অতি সংবেদনশীল পাহাৰীয়া জিলাসমূহত অনিয়ন্ত্ৰিত আন্তঃগাঁথনি প্ৰকল্পৰ গুৰুতৰ পৰিণতিৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ সংৰক্ষণৰ নীতিসমূহ কঠোৰভাৱে পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd