• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰিয়ংকাতকৈ ১০ বছৰে সৰু নিকে পত্নীৰ সৈতে বয়সৰ ব্যৱধান সম্পৰ্কত দিলে চাঞ্চল্যকৰ ভাষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2020 2:16 pm
1582776350

নিক আৰু প্ৰিয়ংকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলচ্চিত্ৰৰ বাহিৰেও বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেও বিভিন্ন সময়ত শিৰোণাম দখল কৰি আহিছে।

তেওঁক এতিয়া সদায়েই স্বামী নিক জোনাছৰ সৈতে একেলগে দেখা যায়।

Apply Now

দুয়োকে একেলগে দেখিবলৈ আকৰ্ষণীয় হৈ পৰে যদিও নিক প্ৰিয়ংকা চোপ্ৰাতকৈ প্ৰায় ১০ বছৰে সৰু।

এই বয়সৰ ব্যৱধানৰ বাবে দুয়ো বিভিন্ন সময়ত বাতৰিৰ শিৰোণামলৈও আহিছে।

এনেকুৱা পৰিস্থিতিত আমেৰিকান গায়ক নিকে জোনাছে প্ৰিয়ংকাৰ সৈতে তেওঁৰ বয়সৰ ব্যৱধান সন্দৰ্ভত খুব স্পষ্টভাৱে মন্তব্য কৰে।

বৰ্তমান নিকে দ্য ভইচ নামৰ বিখ্যাত ৰিয়েলিটি শ্ব’ এটাৰ বিচাৰক হিচাপে ব্যস্ত আছে। শ্ব’টোত এগৰাকী গায়িকা কেলী ক্লাৰ্কছনেো বিচাৰক হিচাপে আছে আৰু দুয়োকে বহু ধেমেলীয়া মুহূৰ্তত দেখা গৈছে।

শ্ব’টোত এবাৰ কেলীয়ে নিকক কৈছে, ‘’মই ৩৭’, নিক তুমি ২৭’। প্ৰত্যুত্তৰত নিকে কয়,’’মোৰ পত্নীও ৩৭, গতিকে কোনো কথা নাই।‘’

1582776200_Trump9
অন্তৰংগ মুহূৰ্তত নিক আৰু প্ৰিয়ংকা।

প্ৰিয়ংকা চোপ্ৰা সম্পৰ্কত নিক জোনাছৰ প্ৰতিক্ৰিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাই ২০১৮’ত বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ পাছত দুয়োকে বয়সৰ ব্যৱধানৰ বাবে বহুতে ট্ৰোল কৰা দেখা গৈছিল।

এক সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই নিক জোনাছক কৈছিল, যেতিয়া মই ১০ বছৰে ডাঙৰেই মই এইবোৰ কথাক গুৰুত্ব নিদিওঁ আৰু আমি ট্ৰোলক গুৰুত্ব দিয়া উচিত নহয়।

নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰা ছচিয়েল মিডিয়াত অতি সক্ৰিয়। দুয়োজনে তেওঁলোকৰ অনুৰাগীসকলৰ বাবে ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি আহিছে।

অলপতে তেওঁলোকৰ এটা ভিডিঅ’ দেখা গৈছিল য’ত নিক আৰু প্ৰিয়ংকাক বলীউদৰ গানত নৃত্য কৰা দেখা গৈছিল।

নিক আৰু প্ৰিয়ংকাৰ বিয়াৰ পাছৰে পৰাই দুয়োজনৰ প্ৰেমৰ সম্পৰ্কক লৈ ছচিয়েল মিডিয়াত বহু আকৰ্ষণীয় বাতৰি প্ৰকাশ পাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd