DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭ মে’লৈ বৃদ্ধি অসমৰ নৈশ সান্ধ্য আইন,বাহাল থাকিব একে নীতি-নিৰ্দেশনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 30, 2021 8:15 pm
night-cuirfew-750x375-1024x512
418
VIEWS
Share on FacebookShare on Twitter

কৰোনাৰ ক্ৰমৰ্বধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে।

এই সান্ধ্য আইন সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে বলৱৎআছে। শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নৈশ সান্ধ্য আইন ৭ মে’লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বে নৈশ সান্ধ্য আইন ১ মে’ত অন্ত পৰাৰ কথা আছিল।

অসমৰ মুখ্য সচিব জিঞ্চু বৰুৱাৰ স্বাক্ষৰিত নিৰ্দেশনাটোত কোৱা হৈছিল যে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে কিছুমান জৰুৰীকালীন সেৱাক ৰেহাই দি অসমত ২৭ এপ্ৰিলৰ পৰা অহা ১ মে’ পৰ্যন্ত নৈশ সান্ধ্য আইন বলৱৎ হৈ থাকিব।কিন্তু আজি সান্ধ্য আইনৰ ম্যাদ ৭ মে’লৈ বৃদ্ধি কৰে।নৰ্থ ইষ্ট নাওৰ সাংবাদিকক তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰীয়ে এই কথা জানিবলৈ দিছে।

docuumm

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ধাৰা ২২(২)(এইচ)ৰ অধীনত ৰাজ্যখনত বলৱৎ কৰা সান্ধ্য আইনৰ সময়ছোৱাত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ৰাজহুৱা জৰুৰী সেৱা অৰ্থাৎ স্বাস্থ্য, আৰক্ষী, গৃহকৰ্মী, সামিজক সুৰক্ষা, অগ্নি আৰু জৰুৰী সেৱা, খোৱা পানী সেৱা, জিলা  প্ৰশাসন, ৰাজহুৱা পৰিবহন, কোষাগাৰ কাৰ্যালয় আদিক ৰেহাই দিয়া হৈছে।

ইফালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বৈধ পৰিচয় থকা লোকে সেৱা আগবঢ়াব পাৰিব।

ন্যায়িক তথা আদালতৰ বিষয়া-কৰ্মচাৰী, স্বাস্থ্য সেৱাৰ সকলো ধৰণৰ স্বাস্থ্য কৰ্মী, সংবাদ মাধ্যমৰ কৰ্মীসকলকো ৰেহাই দিয়া হৈছে। অৱশ্যে তেওঁলোকেও কৰ্তৃপক্ষই প্ৰদান কৰা বৈধ পৰিচয় পত্ৰ লগত লৈ থকাতো বাধ্যতামূলক কৰা হৈছে।

গৰ্ভৱতী মহিলা আৰু ৰোগীকো সান্ধ্য আইনৰ এক্তিয়াৰ বাহিৰত ৰখা হৈছে।

আন্তঃৰাজ্যিক পৰিবহনো অব্যাহত থাকিব বুলি কোৱা হৈছে।

পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অহা ৭ মে’লৈকে এই নিৰ্দেশনা ৰাজ্যত বলৱৎ হৈ থাকিব ।

Recent News

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Mysterious suicide case: বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা; দোষীক ফাঁচিৰ দাবী তুলি ঘেৰাও থানা

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Modi plans to create 50 states! বিজেপি মন্ত্ৰীৰ দাবী; ২০২৪ চনৰ নিৰ্বাচনৰ পিছত দেশত ৫০ খন ৰাজ্য কৰাৰ সিদ্ধান্ত লৈছে মোদীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd