DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2021 5:20 pm
China
345
VIEWS
Share on FacebookShare on Twitter

দহ লানি আলোচনাৰ অন্তত চীনে লাডাখৰ পাংগন লেকৰ সমীপৰ পৰা সেনা অপসাৰণ কৰিবলৈ আৰম্ভ কৰিছে যদিও কাশ্মীৰ সংলগ্ন আকচাই চীনৰ অন্তৰ্গত দেপচাং অঞ্চলত শেহতীয়াকৈ চীনে বিশাল সামৰিক ঘাটি স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে।

ভাৰতে উচ্চ প্ৰযুক্তিৰ চিন্থেটিক আপাৰ্চাৰ ৰাডাৰ ,চমুকৈ SAR ৰ জৰিয়তে সংগ্ৰহ কৰা ছবিত স্পষ্ট ভাবে দেখা গৈছে যে চীনৰ সেনাই দেপচাং অঞ্চলত গঢ়ি তুলিছে বিশাল সামৰিক ঘাটি।

লাডাখৰ দৌলত বেগ ওল্ডি নামৰ ঠাইত থকা ভাৰতীয় বায়ু সেনা বাহিনীৰ সৰ্বোচ্চ ঘাটিৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ নিলগত চীনে স্থাপন কৰা সামৰিক ঘাটিত ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা সকলো ধৰণৰ ব্যৱস্থাই সাজু কৰি ৰখা হৈছে।

দৰাচলতে ১৯৬২ চনৰ চীন-ভাৰত যুদদ্ধৰ সময়তে উক্ত বিবদমান স্থানত চীনে ঘাটি স্থাপন কৰিছিল যদিও সেই ঘাটি সিমান শক্তিশালী ৰূপত গঢ়ি তোলা হোৱা নাছিল।

শেহতীয়াকৈ লাডাখলৈ ভাৰতৰ সৈতে সংঘাত বৃদ্ধি পোৱাৰ সময়তে চীনে উক্ত স্থানত সামৰিক শক্তি বহু গুণে বঢ়াই তুলিছে।

চীনৰ সামৰিক ঘাটিত ভাৰতৰ সীমান্তৰ পিনে টোৱাই টেংক সাজু কৰি ৰখা হৈছে।

ভাৰতে নিশাৰ ভাগত উপগ্ৰহৰ জৰিয়তে সংগ্ৰহ কৰা ছবিত দেখা গৈছে যে চীনে উক্ত অঞ্চলত সেনাৰ বাবে কেম্প নিৰ্মাণ কৰাৰ লগতে যুদ্ধাস্ত্ৰ আদিও মজুত কৰিছে।

দেপচাঙত চীনৰ এনে সামৰিক সজ্জাৰ বিষয়টোকলৈ এতিয়া গভীৰ উদ্বেগ ব্যক্ত কৰিছে ভাৰত চৰকাৰে।

ভাৰতৰ সৈতে শান্তি বৰ্তাই ৰাখিম বুলি শেহতীয়াকৈ কথা দিয়া চীনে দৰাচলতে যে ভাৰতৰ বিৰুদ্ধে তলে তলে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে সেই কথা উপগ্ৰহৰ ছবি সমূহেই প্ৰমাণ কৰিছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd