• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইতিহাস : প্ৰথমবাৰৰ বাবে ছাফ অনূৰ্ধ্ব ১৮ৰ খিতাপ দখল ভাৰতৰ

মণিপুৰী ফুটবলাৰ নিনথৈংবা মৈটেইয়ে লাভ কৰিলে ম’ষ্ট ভেল্যুৱেবল প্লেয়াৰ অব দা টুৰ্ণামেণ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2019 10:04 pm
EFo4IZ2U0AAvL3u

ট্ৰফিৰ সৈতে নিনথৈংবা মৈটেই(বাঁওফালে)। ফটো উৎস : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰী ফুটবলাৰ নিনথৈংবা মৈটেইৰ চমৎকাৰী প্ৰদৰ্শনৰ সহায়ত ভাৰতৰ অনূৰ্ধ্ব ১৮ বছৰীয়া ফুটবল দলটোৱে ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে ছাফ অনূৰ্ধ্ব ১৮ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

আজি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফাইনেলত ভাৰতে ২-১ৰ ব্যৱধানত বাংলাদেশক পৰাস্ত কৰে।

Apply Now

মেচ আৰম্ভ হোৱাৰ দুই মিনিট পাছতে বিক্ৰম প্ৰতাপ সিঙৰ সহায়ত প্ৰথমটো অগ্ৰগতিৰে ভাৰতে স্পষ্ট কৰি দিয়ে নিজৰ স্থিতি। কিন্তু এই অগ্ৰগতি বেছি সময় নাথাকিল। ৪০ মিনিটত বাংলাদেশৰ হৈ ইয়াছিন আৰাফাটে সমতাসূচক গ’লটো প্ৰদান কৰে।

প্ৰথমাৰ্ধ ১-১ত সমাপ্ত হোৱাৰ পাছত দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰে পৰা ভাৰতে আক্ৰমণ তীব্ৰতৰ কৰি তোলে। ভাৰতে সঘনাই বিপক্ষৰ শিবিৰত আক্ৰমণ সংঘটিত কৰি আছিল যদিও ৯০ মিনিটলৈ গ’ল কৰাত ব্যৰ্থ হৈছিল।

কিন্তু অতিৰিক্ত সময়ত পট পৰিৱৰ্তন হ’ল মেচৰ। মেচখন অন্ত পৰিবলৈ মাত্ৰ কেইটামান ছেকেণ্ড বাকী থকা অৱস্থাত বাহাদুৰ ৰানাই ৩০ গজ দূৰৰ পৰা মাৰি পঠিওৱা এটা তীব্ৰবেগী শ্বট বিপক্ষৰ গ’লপষ্টত সোমোৱাত স্ক’ৰ লাইন ২-১ হয়।

এইদৰে মেচখন ভাৰতে ২-১ৰ ব্যৱধানত বিজয়ী হয়।

ইফালে সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে ৰাইট উইংগাৰ নিনথৈইংবা মৈটেইক ম’ষ্ট ভেল্যুৱেবল প্লেয়াৰ অব দা টুৰ্ণামেণ্ট বঁটাৰে সন্মানিত কৰে।

উল্লেখযোগ্য যে মণিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাৱান যুৱ ফুটবলাৰে অলপতে আই এছ এলৰ ক্লাব নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ হৈছে।

নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ হোৱাৰ পূৰ্বে মীটেইয়ে ইণ্ডিয়ান এৰ’ছৰ হৈ খেলিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd