• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ দিন ঘোষণা, মাকে ক’লে এয়া ভাৰতৰ জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 6:03 pm
Nirbhaya Case: Court issues death warrant

চাৰি দোষী। ছবি সৌজন্য-- News18

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে মঙলবাৰে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ পৰোৱানা জাৰি কৰিছে।

দোষী সাব্যস্ত হোৱা অক্ষয় ঠাকুৰ সিং, মুকেশ, পৱন গুপ্তা আৰু বিনয় শৰ্মাক ২২ জানুৱাৰিৰ পুৱা সাত বজাত ফাঁচি দিয়া হ’ব।

Apply Now

আটাইকেইজনেই বৰ্তমান তিহাৰ জে’লত বন্দী হৈ আছে।

এই চাৰিওৰে উপৰি আৰু দুজনো ঘটনাটোত দোষী সাব্যস্ত হৈছিল।

ৰাম সিং নামৰ এজনে আত্মহত্যা কৰিছে আৰু এজন নাবালকক তিনি বছৰ সংশোধন গৃহত ৰখাৰ পিছত মুকলি কৰি দিয়া হৈছে।

শেহতীয়া খবৰমতে, মীৰাটৰ এজন জল্লাদে চাৰিওজনকে ফাঁচি দিয়াৰ কাম সম্পাদন কৰিব।

তিহাৰ জে’ল কৰ্তৃপক্ষই সদৰী কৰামতে জে’ল নং ৩-ত একেলগে আটাইকেইজনকে ফাঁচি দিয়া হ’ব।

একেলগে চাৰিজনক ফাঁচি দিয়া এইটোৱেই হ’ব ভাৰতৰ ইতিহাসত প্ৰথমটো ঘটনা।

২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীত এগৰাকী ২৩ বছৰীয়া চিকিৎসা ছাত্ৰীক ধৰ্ষণ-হত্যাৰ দেশ কঁপোৱা ঘটনাটো সংঘটিত হৈছিল।

সমগ্ৰ দেশত প্ৰতিবাদৰ মাজত ১৩ দিন মৃত্যুৰে যুঁজি ২৯ ডিচেম্বৰত যুৱতীগৰাকীয়ে হাৰ মানিছিল।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দোষীকেইজনে দাখিল কৰা পুনৰ বিবেচনাৰ আৱেদন অগ্ৰাহ্য কৰিছিল।

ইফালে ন্যায়ালয়ৰ পৰোৱানাৰ পিছতে নিৰ্ভয়াৰ মাকে ইয়াক “ভাৰতৰ জয়” বুলি অভিহিত কৰিছে।

তেওঁ কয় যে এই সিদ্ধান্ত আৰু ৰায়দান “নাৰী সবলীকৰণ”ৰ দিশত এক পদক্ষেপ হৈ ৰ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd