• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰীৰূপে বিহাৰৰ ইতিহাসত সপ্তমবাৰ শপত গ্ৰহণ কৰিলে শক্তিহীন নীতিশ কুমাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 7:08 pm
index.jpgx
251
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে সপ্তমবাৰৰ বাবে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে।

সোমবাৰে সন্ধিয়া চাৰে চাৰিটা বজাত বিহাৰ ৰাজভৱনত শপত বাক্য পাঠ কৰে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ।

উল্লেখ্য যে সদ্য সমাপ্ত বিহাৰ বিধান সভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জনতা দল(সংযুক্ত)এ তৃতীয় সৰ্ববৃৎ দল হিচাপে পৰিগণিত হ’লেও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰধান দল ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত বিহাৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।

ইফালে এইবাৰ বিহাৰ চৰকাৰত বিজেপিৰ দলৰ পৰা দুগৰাকী উপ মুখ্যমন্ত্ৰী হিচাপে থাকিব বুলি জানিব পৰা গৈছে।

বিহাৰ বিজেপি নেতা তাৰিকিশোৰ প্ৰসাদ আৰু বিজেপি নেত্ৰী ৰুণু দেৱী বিহাৰ চৰকাৰৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে।

আনহাতে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰী সভাত অন্তভুৰ্ক্ত কৰা হ’ব বুলি এক সূত্ৰই দাবী কৰিছে।

এইবাৰ নীতিশ কুমাৰক বিহাৰৰ পুতলা অৰ্থাৎ শক্তিহীন মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰা হৈছে।

উল্লেখ্য যে বিহাৰ বিধান সভাৰ নিৰ্বাচনত এনডিএৰ প্ৰধান দল বিজেপিয়ে ৭৩ খন লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰৰ জেডি(ইউ)এ লাভ কৰে মাত্ৰ ৪৩ খন আসন।

নীতিশ কুমাৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰি তথা নিজৰ প্ৰভূত্ত্ব খটুৱাই বিজেপিয়ে ইতিমধ্যে বিহাৰ চৰকাৰত দুগৰাকীকৈ উপ মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰি নীতিশ কুমাৰ যে বিহাৰৰ শক্তিহীন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব তাৰেই ইংগিত প্ৰদান কৰিছে।

নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’লেও ক্ষমতাৰ বাঘজৰীডাল বিজেপিৰ হাততেই থাকিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd