• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত বনাম পাকিস্তানৰ মেচত নাথাকিব অভিষেক শৰ্মা! ইংগিত দিলে অধিনায়ক সূৰ্য্যকুমাৰ যাদৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 8:23 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু পাকিস্তানৰ মাজত হবলগীয়া হাইভল্টেজ মেচখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ বাবে এটা চিন্তাজনক খবৰ আহি পৰিছে। তৰুণ তাৰকা বেটছমেন অভিষেক শৰ্মা আগন্তুক এখন বা দুখন খেলৰ বাবে নিৰ্বাচনৰ বাবে উপলব্ধ নহব। নামিবিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনৰ টছৰ সময়ত অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে এই কথা নিশ্চিত কৰিছে। তেওঁ জনাইছে যে অভিষেক এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই আৰু সেয়েহে তেওঁক বিশ্ৰাম দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এই খবৰে বিশেষকৈ পাকিস্তানৰ বিৰুদ্ধে হবলগীয়া গুৰুত্বপূৰ্ণ মেচখনক লৈ অনুৰাগীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি কৰিছে।

অভিষেক শৰ্মাৰ অনুপস্থিতিত নামিবিয়াৰ বিৰুদ্ধে সঞ্জু চেমছনে ইনিংছ মুকলি কৰাৰ সুযোগ লাভ কৰে। যদিও তেওঁ মাত্ৰ ৮ বলত ২২ ৰান কৰি বিদায় লয় তথাপিও তেওঁৰ বেটিঙত এক বিশেষ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। অভিষেক পেটৰ সমস্যাৰ বাবে দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি হবলগীয়া হৈছিল। তেওঁক ইতিমধ্যে হাস্পতালৰ পৰা ডিচচাৰ্জ দিয়া হৈছে যদিও তেওঁ এতিয়াও অনুশীলনত অংশ লব পৰা নাই। ভাৰতীয় দলৰ পৰিচালনা সমিতিয়ে অভিষেকৰ দৰে গুৰুত্বপূৰ্ণ খেলুৱৈ এজনক লৈ কোনো ধৰণৰ বিপদ লব বিচৰা নাই যাৰ বাবে তেওঁক সম্পূৰ্ণ সুস্থ হবলৈ সময় দিয়া হৈছে।

Apply Now

আনহাতে অভিষেকৰ অনুপস্থিতিয়ে সঞ্জু চেমছনৰ বাবে নিজক প্ৰমাণ কৰাৰ এক সোণালী সুযোগ কঢ়িয়াই আনিছে। প্ৰাক্তন খেলুৱৈ নিক নাইটৰ মতে যেতিয়া এজন খেলুৱৈয়ে হঠাত সুযোগ পায় তেতিয়া তেওঁ কোনো চাপ নোহোৱাকৈ মুকলিকৈ খেলিব পাৰে। ইয়াৰ উপৰিও প্ৰাক্তন উইকেটকীপাৰ পাৰ্থিৱ পেটেলে ৱাশ্বিংটন সুন্দৰক ওপেনাৰ হিচাপে খেলোৱাৰ এক নতুন পৰামৰ্শ আগবঢ়াইছে। তেওঁৰ মতে সুন্দৰে ওপেন কৰিলে ভাৰতে এজন অতিৰিক্ত স্পিনাৰ খেলোৱাৰ সুবিধা পাব যিটো শ্ৰীলংকাৰ পিটচত যথেষ্ট সহায়ক হব পাৰে।

ভাৰতীয় দলটোৱে শুকুৰবাৰে কলম্বোলৈ ৰাওনা হব আৰু তাৰ পৰিৱেশৰ লগত খাপ খাবলৈ হাতত মাত্ৰ এদিন সময় পাব। ইয়াৰ বিপৰীতে পাকিস্তানৰ দলে ইতিমধ্যে কলম্বোত দুখনকৈ মেচ খেলি জয়লাভ কৰিছে আৰু তেওঁলোক তাৰ পৰিৱেশৰ লগত ভালদৰে পৰিচিত হৈ পৰিছে। ১৫ ফেব্ৰুৱাৰীত হবলগীয়া ভাৰত আৰু পাকিস্তানৰ এই মহা যুঁজখনত অভিষেকে খেলিব পাৰিব নে নাই সেয়া এতিয়াও অনিশ্চিত হৈ আছে যদিও অনুৰাগীসকলে আশা কৰিছে যে তেওঁ সোনকালে সুস্থ হৈ দললৈ উভতি আহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

‘মই তেওঁক চিনিয়ে নাপাইছিলো’, থ্ৰী ইডিয়টছ সোণম ৱাংচুকৰ কাহিনী নহয়; কি ক’লে আমিৰ খানে?

July 17, 2026 10:59 am
এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd