• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না সংকট : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ২০২১ ৰ জুলাইলৈকে নাপাই মৰগীয়া বানচ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 2:36 pm
Story-5-10-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

13.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে দেশৰ আৰ্থিক ব্যৱস্থাত এতিয়া ভয়াবহ সংকটে দেখা দিছে। যাৰ ফলশ্ৰুতিত ভাৰত চৰকাৰে আজি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়।

আজি বিত্ত মন্ত্ৰ্যালয়ে এক নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিব লগীয়া মৰগীয়া বানচ ২০২১ চনৰ জুলাই মাহলৈকে নিদিয়ে বুলি ঘোষণা কৰে।

নিৰ্দেশনাটোত কোৱা হয় যে, ক’ৰ’না ভাইৰাছৰ সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকলক ২০২০ ৰ ১ জানুৱাৰিৰ পৰা পাবলগীয়া মৰগীয়া বানচ প্ৰদান কৰা নহ’ব।

তদুপৰি ২০২০ৰ ১ জুলাইৰ পৰা পাবলগীয়া অতিৰিক্ত মৰগীয়া বানচো নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মৰগীয়া বানচ প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী সিদ্ধান্ত কি হয় সেয়া ২০২১ চনৰ ১ জুলাইৰ পিছতহে জানিব পৰা যাব।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বাজেট কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অংশ স্বৰূপে প্ৰতিৰক্ষা শিতানতো বাজেট হ্ৰাস কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি ভাৰত চৰকাৰে প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি, সাংসদ, মন্ত্ৰীৰ মাহিলী দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। কেৱল এয়াই নহয় দুবছৰৰ বাবে সাংসদ পুঁজিও বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত যোৱা ৪০ দিন ধৰি লকডাউন অব্যাহত আছে। যাৰ বাবে দেশত ভয়াবহ আৰ্থিক সংকটে দেখা দিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd