DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দেশত নিষিদ্ধ নহয় ভাং, জনালে কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2022 8:47 pm
Cannabis in India
198
VIEWS
Share on FacebookShare on Twitter

ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ নহয় ভাং! বহুতে নিষিদ্ধ বুলি কৈ আহিলেও সম্পূৰ্ণৰূপে নিষিদ্ধ নহয় মহাদেৱ শিৱৰ এই প্ৰসাদবিধ! এই কথা প্ৰকাশ কৰিছে মোদী চৰকাৰে।

আজি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদনৰ শুনানি আছিল। আবেদনখনত ভাৰতত ভাং বৈধ কৰিবলৈ গোহাৰি জনোৱা হৈছিল। আবেদনখন প্ৰেৰণ কৰিছিল গ্ৰেট লিগেলাইজেচন মভমেণ্ট ইণ্ডিয়া ট্ৰাষ্ট নামৰ কৰ্ণাটকস্থিত এটা সংস্থাই।

আবেদনখনত কোৱা হৈছিল যে ক’ভিড-১৯ ৰোধ কৰিবলৈ ভাং তথা cannabinoids ফলপ্ৰসু হিচাপে বিবেচিত হোৱাৰ বাতৰি পোৱা গৈছে। সেয়ে ভাৰতৰ ক’ভিড পৰিস্থিতিৰ স’তে মুখামুখি হ’বলৈ ভাং বৈধ কৰিব লাগে।

কিন্তু শুনানিকালত চৰকাৰৰ তৰফৰ পৰা বহা এখন বিচাৰপীঠে কয় যে ভাৰতত আংশিকভাৱে ভাং অবৈধ নহয়। ইতিমধ্যে ভাৰতত চিকিৎসা, বৈজ্ঞানিক গৱেষণা আৰু উদ্যোগিক প্ৰয়োগত ভাং বৈধ হিচাপে গ্ৰহণ কৰা হৈছে।

ৰাজ্য চৰকাৰসমূহকো এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ দায়িত্ব দিয়া আছে। ক’ভিডৰ ঔষধ হিচাপে ভাঙৰ ব্যৱহাৰৰ প্ৰসংগটো অৱশ্যে অগ্ৰাহ্য কৰে চৰকাৰে।

উল্লেখযোগ্য যে ভাৰতৰ নাৰ্ক’টিক ড্ৰাগছ এণ্ড ছাইক’ট্ৰ’পিক চাবষ্টেঞ্চেছ এক্টৰ দ্বাৰা ভাঙ সেৱন অবৈধ বুলি বিবেচনা কোৱা হৈছে। উক্ত আবেদনখনত ইয়াক প্ৰত্যাহ্বান জনোৱা হৈছে।

ভাঙক চিকিৎসাসেৱাৰ স’তে জড়িত কৰিবলৈও ভাৰত চৰকাৰক ইয়াৰ দ্বাৰা আহ্বান জনোৱা হৈছিল।

Recent News

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অভিযোগ-প্ৰতি অভিযোগত জৰ্জৰিত এখন বিদ্যালয়

এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অভিযোগ-প্ৰতি অভিযোগত জৰ্জৰিত এখন বিদ্যালয়

মানসিক অৱসাদ কিয় আৰু কেনেকৈ?

মানসিক অৱসাদ কিয় আৰু কেনেকৈ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd