• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ইতিবাচক; দেশৰ ২১৬ খন জিলাত নাই এজনো ক’ৰ’না ৰোগী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2020 9:07 pm

1 min read

COVID19: We can overcome – students should give priority to their mental health

প্ৰতিনিধিত্বমূলক ফটো

7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ভাৰতত। দেশত কঠোৰভাৱে ৪০ দিনীয়া লকডাউন পালন কৰাৰ পিছতো হ্ৰাস পোৱা নাই ক’ৰ’নাৰ সংক্ৰমণ।

শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবে এখন সংবাদমেল সম্বোধন কৰি কয় যে মহাৰাষ্ট্ৰৰ লগতে আন কেইবাখনো ৰাজ্যত ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই আছে।

যুটীয়া সচিব গৰাকীয়ে লগতে কয় যে যিবিলাক অঞ্চলক কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে সেই সমূহ অঞ্চলত আৰু কঠোৰভাৱে কিছু নিয়ম প্ৰযোজ্য কৰিব লাগিব।

এই পৰ্যন্ত দেশৰ ২১৬খন জিলা ক’ৰ’নাৰ পৰা মুক্ত হৈ আছে বুলিও আজিৰ সংবাদমেলযোগে জানিবলৈ দিয়ে যুটীয়া সচিব গৰাকীয়ে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে, ৪২ খন জিলাৰ পৰা যোৱা ২৮ দিনত আৰু ২৯ খন জিলাৰ পৰা যোৱা ২১ দিনত এজনো লোক ক’ৰ’নাত আক্ৰান্ত হোৱা নাই।

ইয়াৰ উপৰি ৩৬ খন জিলাৰ পৰা যোৱা ১৪ দিনত আৰু ৪৬ খন জিলাৰ পৰা যোৱা ৭ দিনত এজনো লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা নাই বুলিও জনায়।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব গৰাকীয়ে কয় যে দেশৰ পৰা ক’ৰ’না নিৰ্মূল কৰিবলৈ হ’লে প্ৰত্যেকগৰাকী লোকে এশ শতাংশ সহযোগ কৰিব লাগিব।

উল্লেখ্য যে দেশত এই পৰ্যন্ত প্ৰায় ৫৭ হাজাৰ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮৮৬ গৰাকী লোকৰ মৃত্যু হৈছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd