• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ভুৱা প্ৰচাৰ, যুৱকৰ শৰীৰত ধৰা পৰা নাই ক’ৰনাভাইৰাছ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 15, 2020 7:54 pm
What are the four stages of COVID19?

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা ক’ৰনাভাইৰাছৰ এক ভুৱা প্ৰচাৰে শিৱসাগৰত আতংকৰ সৃষ্টি কৰিছিল।

ছবছৰ ধৰি চেন্নাইত কৰ্মৰত শিৱসাগৰৰ নাওজান মেচ গাঁৱৰ এজন যুৱক ক’ৰনাভাইৰাছত আক্ৰান্ত বুলি এক ভুৱা প্ৰচাৰ চলিছিল।

Apply Now

কিন্তু, আতংকৰ ওৰ পেলাই শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই যুৱকজনৰ গাত ক’ৰনাভাইৰাছ নাই বুলি নিশ্চিত কৰে।

দেওবাৰে দিনত চেন্নাইৰ পৰা শিৱসাগৰৰ যুৱকজন উজনিমুৱা চেন্নাই এক্সপ্ৰেছযোগে আহি শিমলুগুৰি ৰেলৱে জংচনত উপস্থিত হোৱাৰ পিছতে শিৱসাগৰৰ স্বাস্থ্য বিভাগৰ এটা দলে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনে আৰু চিকিৎসালয়খনৰ এটা আছুতীয়া কক্ষত ৰাখি স্বাস্থ্য পৰীক্ষা কৰে।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ বৰুৱা নৰ্থইষ্ট নাওক জনোৱা মতে, যুৱকজনৰ শৰীৰত ক’ৰনাভাইৰাছ ধৰা পৰা নাই।

চিকিৎসকগৰাকীয়ে যুৱকজনৰ শৰীৰত ক’ৰনাভাইৰাছৰ বীজাণুৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাই বুলি নিশ্চিতি দিছে।

অধীক্ষক ডাঃ ৰাজীৱ বৰুৱাই জানিবলৈ দিয়া অনুসৰি যুৱকজনক আজিয়ে তেওঁলোকে ঘৰলৈ যাবলৈ দিব।

তেওঁ লগতে জনাই যে শিৱসাগৰৰ স্বাস্থ্য বিভাগৰ দলে মুঠ ১৪ দিন প্ৰতিদিনাই তেওঁৰ ঘৰলৈ গৈ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিব।

চেন্নাইত যুৱকজনে তেৰ দিনৰ পূৰ্বে জ্বৰ -কাঁহত ভুগিছিল। তেতিয়াই তেওঁ চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাইছিল। তাতো যুৱকজনৰ শৰীৰত সাধাৰণ জ্বৰ-কাঁহৰ বাদে চিকিৎসকে আন লক্ষণ ধৰা পেলোৱা নাছিল।

যুৱকজন ৰেলেৰে ঘৰলৈ আহি থকা অৱস্থাত জ্বৰ-কাঁহত আক্ৰান্ত বুলি জানিব পাৰি কোনো লোকে ৰেল কৰ্তৃপক্ষক যুৱকজন ক’ৰনাভাইৰাছত আক্ৰান্ত বুলি খবৰ দিয়ে।

ৰেল কৰ্তৃপক্ষই শিৱসাগৰ স্বাস্থ্য বিভাগক খবৰ দিয়ে আৰু স্বাস্থ্য বিভাগৰ দল এটাই যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ বৰুৱাই ভুৱা প্ৰচাৰত ভোল নাযাবলৈ জনসাধাৰণক আহ্বান জনাইছে।

তেওঁ লগতে কয় যে ক’ৰনাভাইৰাছত আক্ৰান্ত ৰোগীৰ উপযুক্ত চিকিৎসাৰ বাবে সম্পূৰ্ণ সাজু শিৱসাগৰ অসামৰিক চিকিৎসালয়।

এনে ৰোগত আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসালয়ত আছুতীয়া কক্ষৰো ব্যৱস্থা কৰা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd