• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“প্ৰফুল্ল মহন্ত”ৰ আলোচনা হোৱা নাই অগপৰ সাধাৰণ সভাত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 15, 2019 9:25 pm
No discussion on 'Prafulla Mahanta' in AGP general council

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণৰ ৰাষ্ট্ৰীয় সংকল্পধাৰী বিজেপিৰে মিত্ৰতাৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰি অহা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে ‘ব্যৱস্থা’ গ্ৰহণৰ দিশে আগবাঢ়িছিল অগপৰ নেতৃত্ব।

আনকি মঙলবাৰে মহন্তই কাৰ্য্যনিৰ্বাহক বৈঠকত কৰা ‘বক্তব্য’ সন্দৰ্ভত বুধবাৰৰ সাধাৰণ পৰিষদৰ সভাত আলোচনা কৰি ‘চূড়ান্ত সিদ্ধান্ত’ গ্ৰহণ কৰা হ’ব বুলি দলটোৰ সাধাৰণ সম্পাদক কমলা কলিতাই মত পোষণ কৰিছিল। লগতে ‘অনুশাসন ভংগ কৰিলে দলে সেয়া বিবেচনা’ কৰিব বুলি মহন্তই মন্তব্য কৰিছিল।

Apply Now

কিন্তু আশ্চৰ্য্যজনকভাৱে, আমবাৰীস্থিত দলটোৰ মুখ্য কাৰ্য্যালয়ত মহন্তৰ প্ৰসংগ উত্থাপনেই নকৰিলে অগপ নেতৃত্বই। তাৰ বিপৰীতে কালিৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভাই লোৱা একেবোৰ প্ৰস্তাৱকেই বুধবাৰৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভাত অনুমোদন জনোৱাতে ক্ষান্ত থাকিল অগপ নেতৃত্ব।

কমলা কলিতাই সংবাদ মাধ্যমত কৰা মন্তব্যৰ বিপৰীতে এক ওলোটা মন্তব্যহে কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

কমলা কলিতাৰ মন্তব্যৰ আঁত ধৰি ‘প্ৰফুল্ল মহন্ত সন্দৰ্ভত সভাত কিবা আলোচনা কৰা হ’ল নেকি বা কিবা সিদ্ধান্ত হ’ল নেকি?’ বুলি পৰিষদৰ সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় ‘তেওঁৰ হৈ কিবা সিদ্ধান্ত ল’বলগীয়া কথাই আহিব নোৱাৰে। তেওঁ কালি যি বক্তব্য দিলে, সেয়া সাধাৰণ পৰিষদৰ সভাত উপস্থাপন কৰা নহয়। তেওঁৰ সেয়া বক্তব্যহে আছিল। আজি সাধাৰণ সভাত অন্যান্য বিভিন্ন বিষয়ৰ ওপৰতহে আলোচনা কৰা হ’ল।‘

ইপিনে, ‘অগপৰ সকলো নেতাই এতিয়া ঐক্যবদ্ধ।‘ বুলি মন্তব্য কৰি কলিতাই কয় ‘ঐক্যবদ্ধভাৱে কাম কৰাৰ কাৰণেহে আমি এতিয়া এই প্ৰস্তাৱসমূহ লোৱা হ’ল।‘

‘প্ৰফুল্ল কুমাৰ মহন্ত দলৰ জ্যেষ্ঠ নেতা হিচাপে অথবা প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি, প্ৰাক্তন মুখ্য মন্ত্ৰী হিচাপে যিখিনি সন্মান দিব লাগে সেই সন্মান দি আহিছো।‘ প্ৰফুল্ল কুমাৰ মহন্তৰ সন্দৰ্ভত এই মন্তব্য কলিতাৰ।

আনহাতে, কিছুমান জিলা পৰ্য্যায়ৰ অগপ সদস্যই দল বিৰোধী কাৰ্য্যত নিৰ্বাচনৰ সময়ত লিপ্ত হৈছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কলিতাই কয় ‘এই সম্পৰ্কে যিসমূহ প্ৰতিবেদন লাভ কৰা হৈছে সেই সমূহৰ ওপৰত পৰীক্ষা কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd