• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসা সেৱাৰ নামত জুৰীয়াৰ নৈপৰীয়া লোকে সন্মুখীন হৈছে চৰম বঞ্চনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2018 1:12 pm
d8e55eb2-1293-4521-a0fa-37234bfd7a37

ৰোগীক ঔষধ দি থকা অৱস্থাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ জুৰীয়া অঞ্চলত থকা এখন চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ নমুনাই সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। জুৰীয়া সংলগ্ন দগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নৈপৰীয়া আইৰমাৰী চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি চিকিৎসক অনুপস্থিত থকাৰ অভিযোগ উঠিছে।

প্ৰায় কুৰিখনৰো অধিক সৰু-বৰ চৰ-চাপৰি অঞ্চল সামৰি থকা এই চৰকাৰী চিকিৎসালয়খন ২০১৪ চনতে প্ৰতিষ্ঠা কৰা হৈছিল যদিও চিকিৎসালয়খনত সম্প্ৰতি নাই এজনো চিকিৎসক-নাৰ্চ। কেৱল এজন ফাৰ্মাচিষ্ট আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চলাই আছে  চৰাঞ্চলত অৱস্থিত এই চিকিৎসালয়খন।

Apply Now

প্ৰায় দুই কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খনৰ ফাৰ্মাচিষ্টজন কোনো কাৰণত চিকিৎসালয়ৰ বাহিৰত থাকিবলগীয়া হ’লে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনো চিকিৎসক, নাৰ্চ অথবা ফাৰ্মাচিষ্টৰ ভূমিকাত অৱতীৰ্ণ হ’বলগা হয়। কোনো প্ৰশিক্ষণ তথা অভিজ্ঞতা নথকা এইজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই ৰোগীক বিতৰণ কৰিবলগীয়া হয় জীৱন দায়িনী ঔষধ।

মন কৰিবলগীয়া যে, বৃহত্তৰ চৰ এলেকাৰ একমাত্ৰ চিকিৎসালয়খনত যাৱতীয় আন্তঃগাঁথনি থকা সত্বেও দীৰ্ঘদিন ধৰি ভাৰপ্ৰাপ্ত চিকিৎসকজন চিকিৎসালয়খনলৈ অহা নাই বুলি অভিযোগ কৰিছে ৰাইজে।

জানিব পৰা মতে, চিকিৎসকগৰাকীৰ নিজৰ ব্যক্তিগত সুবিধাৰ বাবে দগাঁও খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত সংলগ্ন হৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে। অতি গুৰুত্বপূৰ্ণ চিকিৎসালয়খনৰ ঠাইত দগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰত চিকিৎসকজনক সংলগ্ন কৰি ৰখাৰ আঁৰত কি ৰহস্য আছে সেইয়া সাধাৰণ ৰাইজৰ বোধগম্য হোৱা নাই।

উল্লেখ্য যে বিগত প্ৰায় দুটা বছৰে বৃহত্তৰ এলেকাটোৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগা হৈছে। ফলত চিকিৎসালয়খনত প্ৰতি দিনেই অহা ৬০-৭০ জনকৈ ৰোগী চিকিৎসা সেৱাৰ নামত এক প্ৰকাৰ প্ৰতাৰণাৰ সন্মুখীন হৈ আহিছে।

স্থানীয় ৰাইজে এই সন্দৰ্ভত বাৰম্বাৰ অভিযোগ দি অহাৰ পিছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd