• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ চাৰি সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ কোনো নিৰ্দেশ দিয়া নাই: কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2019 6:06 pm
No enquiry ordered against Assam journos, clarifies MHA

সাংবাদিককেইগৰাকীৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ চাৰিগৰাকী সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া নাই ভাৰতৰ গৃহ বিভাগে।

এই সম্পৰ্কে প্ৰচাৰিত বাতৰি অগ্ৰাহ্য কৰি শুকুৰবাৰে কেন্দ্ৰীয় গৃহ বিভাগে ইয়াক “ভিত্তিহীন” আৰু “তথ্যৰ উদ্দেশ্যপ্ৰণোদিত ব্যাখ্যা”ৰূপে অভিহিত কৰিছে।

Apply Now

“মন্ত্ৰ্যালয়ে কোনো তদন্তৰ নিৰ্দেশ দিয়া নাই,” গৃহ বিভাগৰ নিশ্চিতি।

অজিত কুমাৰ ভূঞা, মনজিত মহন্ত (বৰ্তমান সাংবাদিকতাৰ সৈতে জৰিত নহয়), আফ্ৰিদা হুছেইন, নিতুমণি শইকীয়া আৰু টিভি চেনেল প্ৰাগ, প্ৰতিদিন টাইম আৰু কাকত গোষ্ঠী অসমীয়া প্ৰতিদিনৰ বিৰুদ্ধে অসম চৰকাৰক গৃহ বিভাগে তদন্তৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশিত বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল।

প্ৰকাশিত বাতৰিসমূহত দাবী কৰা হৈছিল যে আৰ এচ এচৰ সৈতে সম্পৰ্কিত পুনেস্থিত এক “স্বেচ্ছাসেৱী সংগঠন”ৰ অভিযোগৰ ভিত্তিত এই নিৰ্দেশ দিয়া হৈছিল।

গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে ৱিনয় জ’শী নামৰ এজন লোকৰ আবেদন অসম চৰকাৰলৈ আগবঢ়াই দিয়া হৈছে আৰু সেয়া “নিয়মমাফিক”।

“আমি এনেকুৱা বহুসংখ্যক আবেদন/ আপত্তি দৈনিক লাভ কৰো যিবোৰ নিয়ম অনুসৰি সংশ্লিষ্ট মন্ত্ৰ্যালয় বা ৰাজ্যলৈ আগবঢ়াই দিয়া হয়। জ’শীয়ে দাখিল কৰা আবেদনো সংশ্লিষ্ট ৰাজ্যলৈ নিয়ম অনুসৰি আগবঢ়াই দিয়া হৈছে,” গৃহ মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ।

জ’শীয়ে দাখিল কৰা আবেদনত কোৱা হৈছিল যে আলফাৰ দৰে বিদ্ৰোহী সংগঠনে নাগৰিকত্ব বিধেয়ক বিষয়টোৰ “সুবিধা” লৈছে আৰু একাংশ সংবাদ মাধ্যমে বিদ্ৰোহীৰ আদৰ্শৰ প্ৰচাৰ চলাইছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd